Psalm 62 62 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। BSB BSB: For the choirmaster. According to Jeduthun. A Psalm of David. In God alone my soul finds rest; my salvation comes from Him.
2 ULB কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম। BSB BSB: He alone is my rock and my salvation. He is my fortress; I will never be shaken.
3 ULB এজন মানুহক, তোমালোকে কিমান দিনলৈকে আক্ৰমণ কৰি থাকিবা? হলি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনাকৈ; তোমালোক সকলোৱে উলোটাই তাকেই নষ্ট কৰিবা নে? BSB BSB: How long will you threaten a man? Will all of you throw him down like a leaning wall or a tottering fence?
4 ULB তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্বাদ কৰে, কিন্তু অন্তৰৰে তেওঁলোকে শাও দিয়ে।চেলা BSB BSB: They fully intend to cast him down from his lofty perch; they delight in lies; with their mouths they bless, but inwardly they curse. Selah
5 ULB হে মোৰ অন্তৰ নিৰন্তৰে, কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেওঁৱেই মোৰ আশা ৰোপণ কৰে। BSB BSB: Rest in God alone, O my soul, for my hope comes from Him.
6 ULB কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম। BSB BSB: He alone is my rock and my salvation; He is my fortress; I will not be shaken.
7 ULB ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। BSB BSB: My salvation and my honor rest on God, my strong rock; my refuge is in God.
8 ULB হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰসকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয়স্থল। চেলা BSB BSB: Trust in Him at all times, O people; pour out your hearts before Him. God is our refuge. Selah
9 ULB অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে পাতল। BSB BSB: Lowborn men are but a vapor; the exalted are but a lie. Weighed on the scale, they go up; together they are but a vapor.
10 ULB তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনাকৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হবলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। BSB BSB: Place no trust in extortion or false hope in stolen goods. If your riches increase, do not set your heart upon them.
11 ULB ঈশ্বৰে এবাৰ কলে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে। BSB BSB: God has spoken once; I have heard this twice: that power belongs to God,
12 ULB হে প্ৰভু, অঙ্গীকাৰ আৰু বিশ্বস্ততা তোমাৰ অধিন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্ম্মৰ দৰে প্ৰতিফল দিছা। BSB BSB: and loving devotion to You, O Lord. For You will repay each man according to his deeds.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 62
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 62, and keep Opened free for readers who can’t pay.