Psalm 63 63 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ঞাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে। BSB BSB: A Psalm of David, when he was in the Wilderness of Judah. O God, You are my God. Earnestly I seek You; my soul thirsts for You. My body yearns for You in a dry and weary land without water.
2 ULB এই দৰে, মই তোমাৰ আশ্রয়স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰস্থানত তোমাক চাইছিলো। BSB BSB: So I have seen You in the sanctuary and beheld Your power and glory.
3 ULB কিয়নো তোমাৰ অঙ্গীকাৰ আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব। BSB BSB: Because Your loving devotion is better than life, my lips will glorify You.
4 ULB এইদৰে, মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম। BSB BSB: So I will bless You as long as I live; in Your name I will lift my hands.
5 ULB লোকসকলে, যেতিয়া মগজু আৰু তেলীয়া মাংসত সন্তোষ্ট হয়, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব। BSB BSB: My soul is satisfied as with the richest of foods; with joyful lips my mouth will praise You.
6 ULB যেতিয়া মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ। BSB BSB: When I remember You on my bed, I think of You through the watches of the night.
7 ULB কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম। BSB BSB: For You are my help; I will sing for joy in the shadow of Your wings.
8 ULB মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে। BSB BSB: My soul clings to You; Your right hand upholds me.
9 ULB যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব। BSB BSB: But those who seek my life to destroy it will go into the depths of the earth.
10 ULB তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হব। BSB BSB: They will fall to the power of the sword; they will become a portion for foxes.
11 ULB কিন্তু ৰজা জনে ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হব। BSB BSB: But the king will rejoice in God; all who swear by Him will exult, for the mouths of liars will be shut.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 63
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 63, and keep Opened free for readers who can’t pay.