Psalm 64 64 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। BSB BSB: For the choirmaster. A Psalm of David. Hear, O God, my voice of complaint; preserve my life from dread of the enemy.
2 ULB দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীসকলৰ মানসিক উত্তেজনাৰ অপৰাধ বোৰৰপৰা মোক গুপুতে ৰাখা। BSB BSB: Hide me from the scheming of the wicked, from the mob of workers of iniquity,
3 ULB তেওঁলোকে তৰোৱাল ধৰোৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে। BSB BSB: who sharpen their tongues like swords and aim their bitter words like arrows,
4 ULB নির্দোষিজনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে। BSB BSB: ambushing the innocent in seclusion, shooting suddenly, without fear.
5 ULB সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “আমাক কোনে দেখিব?” BSB BSB: They hold fast to their evil purpose; they speak of hiding their snares. “Who will see them?” they say.
6 ULB তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ; প্ৰত্যেকৰ আন্তৰিক ভাৱ আৰু হৃদয় গভীৰ। BSB BSB: They devise injustice and say, “We have perfected a secret plan.” For the inner man and the heart are mysterious.
7 ULB কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব। BSB BSB: But God will shoot them with arrows; suddenly they will be wounded.
8 ULB তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰুদ্ধি হ’ল; যি সকলে তেওঁলোকক অস্থিৰভাৱে দেখিব; তেওঁলোক সকলোৱে সেইসকলক দেখি মূৰ জোকাৰিব। BSB BSB: They will be made to stumble, their own tongues turned against them. All who see will shake their heads.
9 ULB সকলো মানুহে ভয় কৰিব; তেওঁলোকে ঈশ্বৰৰ কার্য ঘোষণা কৰিব, ঈশ্বৰৰ কাৰ্য্যৰ বিষয়ে জ্ঞানেৰে বিবেচনা কৰিব। BSB BSB: Then all mankind will fear and proclaim the work of God; so they will ponder what He has done.
10 ULB ধাৰ্ম্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় লব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব। BSB BSB: Let the righteous rejoice in the LORD and take refuge in Him; let all the upright in heart exult.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 64
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 64, and keep Opened free for readers who can’t pay.