Psalm 6 6 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা, তুমি খংত মোক ধমকি নিদিবা; তোমাৰ ক্রোধত মোক শাসন নকৰিবা। BSB BSB: For the choirmaster. With stringed instruments, according to Sheminith. A Psalm of David. O LORD, do not rebuke me in Your anger or discipline me in Your wrath.
2 ULB হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে। BSB BSB: Be merciful to me, O LORD, for I am frail; heal me, O LORD, for my bones are in agony.
3 ULB মোৰ প্ৰাণও ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব? BSB BSB: My soul is deeply distressed. How long, O LORD, how long?
4 ULB হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা। BSB BSB: Turn, O LORD, and deliver my soul; save me because of Your loving devotion.
5 ULB মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত (মৈদাম) কোনে তোমাৰ প্রশংসা কৰিব? BSB BSB: For there is no mention of You in death; who can praise You from Sheol?
6 ULB মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াওঁ; মোৰ বিচনা তিতি যায়। BSB BSB: I am weary from groaning; all night I flood my bed with weeping and drench my couch with tears.
7 ULB দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে। BSB BSB: My eyes fail from grief; they grow dim because of all my foes.
8 ULB হে দুষ্ট কার্য কৰা লোকসকল, তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে। BSB BSB: Depart from me, all you workers of iniquity, for the LORD has heard my weeping.
9 ULB যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে। BSB BSB: The LORD has heard my cry for mercy; the LORD accepts my prayer.
10 ULB মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব; সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব। BSB BSB: All my enemies will be ashamed and dismayed; they will turn back in sudden disgrace.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 6
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 6, and keep Opened free for readers who can’t pay.