1 ULB হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ! মোৰ পাছে পাছে খেদি অহাসকলৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা। BSB BSB: A Shiggaion of David, which he sang to the LORD concerning the words of Cush, a Benjamite. O LORD my God, I take refuge in You; save me and deliver me from all my pursuers,
2 ULB নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব, সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। BSB BSB: or they will shred my soul like a lion and tear me to pieces with no one to rescue me.
3 ULB হে মোৰ ঈশ্বৰ যিহোৱা, যদি মই এনে কোনো কৰ্ম কৰি আছো, যদি অন্যায়ৰ কোনো কার্য মোৰ হাতত লাগি আছে, BSB BSB: O LORD my God, if I have done this, if injustice is on my hands,
4 ULB যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছো, বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছো, BSB BSB: if I have rewarded my ally with evil, if I have plundered my foe without cause,
5 ULB তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক, সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক, মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা) BSB BSB: then may my enemy pursue me and overtake me; may he trample me to the ground and leave my honor in the dust. Selah
6 ULB হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা; হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা। BSB BSB: Arise, O LORD, in Your anger; rise up against the fury of my enemies. Awake, my God, and ordain judgment.
7 ULB সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক; তুমি উর্দ্ধলৈ উলটি গৈ পুণৰ লোকসমূহৰ ওপৰত ৰাজত্ব কৰা। BSB BSB: Let the assembled peoples gather around You; take Your seat over them on high.
8 ULB যিহোৱাই যেন লোকসমূহৰ বিচাৰ কৰে; হে যিহোৱা, মোৰ ধাৰ্ম্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা। BSB BSB: The LORD judges the peoples; vindicate me, O LORD, according to my righteousness and integrity.
9 ULB হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা; তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্ম্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা। BSB BSB: Put an end to the evil of the wicked, but establish the righteous, O righteous God who searches hearts and minds.
10 ULB ঈশ্বৰ মোৰ ঢাল; যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে। BSB BSB: My shield is with God, who saves the upright in heart.
11 ULB ঈশ্বৰ এজন ন্যায়বিচাৰক, তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ। BSB BSB: God is a righteous judge and a God who feels indignation each day.
12 ULB কোনোৱে যদি মন পালটন নকৰে, তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব; তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে। BSB BSB: If one does not repent, God will sharpen His sword; He has bent and strung His bow.
13 ULB তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে; নিজৰ জ্বলন্ত ক্ষেপণাস্ত্রবোৰ তৈয়াৰ কৰিছে। BSB BSB: He has prepared His deadly weapons; He ordains His arrows with fire.
14 ULB ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে। BSB BSB: Behold, the wicked man travails with evil; he conceives trouble and births falsehood.
15 ULB তেওঁলোকে মাটি খান্দি দ গাঁত কৰে, আৰু নিজেই খন্দা গাঁতত নিজে পৰে। BSB BSB: He has dug a hole and hollowed it out; he has fallen into a pit of his own making.
16 ULB তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে, তেওঁলোকে যি অনিষ্ট কৰে, সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে। BSB BSB: His trouble recoils on himself, and his violence falls on his own head.
17 ULB সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায়বিচাৰ কৰে; মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম। BSB BSB: I will thank the LORD for His righteousness and sing praise to the name of the LORD Most High.
Select verses for actions: Enter goes to them and Escape comes back.