Psalm 8 8 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা। BSB BSB: For the choirmaster. According to Gittith. A Psalm of David. O LORD, our Lord, how majestic is Your name in all the earth! You have set Your glory above the heavens.
2 ULB শিশু আৰু পিয়াহ খোৱা কেচুঁৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা। BSB BSB: From the mouths of children and infants You have ordained praise on account of Your adversaries, to silence the enemy and avenger.
4 ULB তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা? BSB BSB: what is man that You are mindful of him, or the son of man that You care for him?
5 ULB কিয়নো তুমি তেওঁলোকক স্বর্গদূততকৈ অলপহে সৰু কৰিলা, গৌৰৱ ও মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা। BSB BSB: You made him a little lower than the angels; You crowned him with glory and honor.
6 ULB তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা; সেইবোৰ- BSB BSB: You made him ruler of the works of Your hands; You have placed everything under his feet:
7 ULB ভেড়া, ষাড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক, BSB BSB: all sheep and oxen, and even the beasts of the field,
8 ULB আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী। BSB BSB: the birds of the air and the fish of the sea, all that swim the paths of the seas.
9 ULB হে যিহোৱা, আমাৰ প্ৰভু, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! BSB BSB: O LORD, our Lord, how majestic is Your name in all the earth!
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 8 What the commentators say on Psalm 8 Would life on other planets disprove Christianity?
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 8, and keep Opened free for readers who can’t pay.