1 ULB হে গোটেই পৃথিবীৰ লোকসকল, তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা। BSB BSB: For the choirmaster. A song. A Psalm. Make a joyful noise to God, all the earth!
2 ULB তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা। BSB BSB: Sing the glory of His name; make His praise glorious.
3 ULB তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্য্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত সমর্পণ কৰিব। BSB BSB: Say to God, “How awesome are Your deeds! So great is Your power that Your enemies cower before You.
4 ULB গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, তোমাৰ উদ্দেশ্যে গীত গান কৰিব; তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। চেলা BSB BSB: All the earth bows down to You; they sing praise to You; they sing praise to Your name.” Selah
5 ULB আহাঁ, ঈশ্বৰৰ কাৰ্য্যবোৰ চাওগৈ; তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য-সন্তানসকলে ভয়ঙ্কৰ যেন মানিলে। BSB BSB: Come and see the works of God; how awesome are His deeds toward mankind.
6 ULB তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে; লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল; সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ। BSB BSB: He turned the sea into dry land; they passed through the waters on foot; there we rejoiced in Him.
7 ULB তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে; তেওঁ জাতিসকললৈ চকু ৰাখে; বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। চেলা BSB BSB: He rules forever by His power; His eyes watch the nations. Do not let the rebellious exalt themselves. Selah
8 ULB হে জাতিসকল, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা; BSB BSB: Bless our God, O peoples; let the sound of His praise be heard.
9 ULB যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হবলৈ নিদিয়ে। BSB BSB: He preserves our lives and keeps our feet from slipping.
10 ULB কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰিক্ষা কৰিলা। BSB BSB: For You, O God, have tested us; You have refined us like silver.
11 ULB তুমি আমাক জালৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা। BSB BSB: You led us into the net; You laid burdens on our backs.
12 ULB তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা। BSB BSB: You let men ride over our heads; we went through fire and water, but You brought us into abundance.
13 ULB মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্রতিজ্ঞা পূৰণ কৰিম। BSB BSB: I will enter Your house with burnt offerings; I will fulfill my vows to You—
14 ULB মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰো, দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম। BSB BSB: the vows that my lips promised and my mouth spoke in my distress.
15 ULB ভেড়া ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে ডামুৰীকো বলিদান উৎসর্গ কৰিম। চেলা BSB BSB: I will offer You fatlings as burnt offerings, with the fragrant smoke of rams; I will offer bulls and goats. Selah
16 ULB হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আঁহা, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ। BSB BSB: Come and listen, all you who fear God, and I will declare what He has done for me.
17 ULB মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হল। BSB BSB: I cried out to Him with my mouth and praised Him with my tongue.
18 ULB যদি মই অন্তঃকৰণত অধৰ্ম্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন; BSB BSB: If I had cherished iniquity in my heart, the Lord would not have listened.
19 ULB কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰৰ্থনাৰ স্বৰলৈ কাণ পাতিলে। BSB BSB: But God has surely heard; He has attended to the sound of my prayer.
20 ULB ঈশ্বৰ ধন্য হওক, তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে, আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে। BSB BSB: Blessed be God, who has not rejected my prayer or withheld from me His loving devotion!
Select verses for actions: Enter goes to them and Escape comes back.