Psalm 67 67 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীর্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক। BSB BSB: For the choirmaster. With stringed instruments. A Psalm. A song. May God be gracious to us and bless us, and cause His face to shine upon us, Selah
2 ULB গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়। BSB BSB: that Your ways may be known on earth, Your salvation among all nations.
3 ULB হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক। BSB BSB: Let the peoples praise You, O God; let all the peoples praise You.
4 ULB জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকসকলৰ ন্যায়বিচাৰ তুমি ন্যায়ৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। চেলা BSB BSB: Let the nations be glad and sing for joy, for You judge the peoples justly and lead the nations of the earth. Selah
5 ULB হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক। BSB BSB: Let the peoples praise You, O God; let all the peoples praise You.
6 ULB পৃথিবীয়ে শ্রমৰফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰ, আমাক আশীৰ্ব্বাদ কৰিব। BSB BSB: The earth has yielded its harvest; God, our God, blesses us.
7 ULB ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব। BSB BSB: God blesses us, that all the ends of the earth shall fear Him.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 67
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 67, and keep Opened free for readers who can’t pay.