3 ULB তেতিয়া অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ। BSB BSB: For I envied the arrogant when I saw the prosperity of the wicked.
4 ULB কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়; কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে। BSB BSB: They have no struggle in their death; their bodies are well-fed.
5 ULB তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়; অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোকে বিপদতো নপৰে। BSB BSB: They are free of the burdens others carry; they are not afflicted like other men.
6 ULB এই কাৰণে অহঙ্কাৰ তেওঁলোকৰ দিঙিৰ হাৰস্বৰূপ; অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণস্বৰুপ হৈছে। BSB BSB: Therefore pride is their necklace; a garment of violence covers them.
7 ULB তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়; তেওঁলোকৰ মন্দ চিন্তা শেষপর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে। BSB BSB: From their prosperity proceeds iniquity; the imaginations of their hearts run wild.
8 ULB তেওঁলোকে মহাবিদ্রোপৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে। BSB BSB: They mock and speak with malice; with arrogance they threaten oppression.
9 ULB তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে। BSB BSB: They set their mouths against the heavens, and their tongues strut across the earth.
10 ULB এই কাৰণে ঈশ্বৰৰ সন্তানসকল তেওঁলোকৰ ফালে ঘূৰি যায়; গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে। BSB BSB: So their people return to this place and drink up waters in abundance.
11 ULB তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব? সৰ্ব্বোপৰি জনে জানো কিহবলৈ গৈ আছে তাক জানিব?” BSB BSB: The wicked say, “How can God know? Does the Most High have knowledge?”
12 ULB চোৱা তেওঁলোক দুষ্ট; তেওঁলোকৰ মনৰ ভাৱ সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে। BSB BSB: Behold, these are the wicked—always carefree as they increase their wealth.
13 ULB নিশ্চয় মই অনর্থক মোৰ হৃদয় সংৰক্ষণ কৰি ৰাখিলোঁ; হাত ধুই নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিলোঁ। BSB BSB: Surely in vain I have kept my heart pure; in innocence I have washed my hands.
14 ULB কিয়নো মই ওৰে দিনটো আঘাতিত হলো; প্ৰতি ৰাতিপুৱা বিনয়ী হ’লোঁ। BSB BSB: For I am afflicted all day long and punished every morning.
15 ULB যদি মই কলোহেতেন, “সেইদৰে কম বুলি ভাবিলোহেঁতেন; তেন্তে চোৱা, তোমাৰ সন্তানসকলৰ বংশলৈ বিশ্বাসঘাতক হলোহেঁতেন। BSB BSB: If I had said, “I will speak this way,” then I would have betrayed Your children.
17 ULB তেতিয়া, মই ঈশ্বৰৰ পবিত্ৰস্হানত নোসোমোৱালৈকে; আৰু তেওঁলোকৰ বিশ্বাস বিবেচনাকৰি বুজিনোপোৱালৈকে, মোৰ পক্ষে এইটো অত্যন্ত কষ্টদায়ক হৈছিল। BSB BSB: until I entered God’s sanctuary; then I discerned their end.
18 ULB সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা। BSB BSB: Surely You set them on slick ground; You cast them down into ruin.
19 ULB তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়! নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হব। BSB BSB: How suddenly they are laid waste, completely swept away by terrors!
20 ULB তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছজ্ঞান কৰাৰ নিচিনাকৈ; হে ঈশ্বৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছজ্ঞান কৰিবা। BSB BSB: Like one waking from a dream, so You, O Lord, awaken and despise their form.
21 ULB যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ; আৰু মোৰ অন্তৰত আঘাত লাগিছিল। BSB BSB: When my heart was grieved and I was pierced within,
22 ULB তেতিয়া মই অজ্ঞান আৰু মনৰকল্পনা অভাব বোধ কৰিছিলোঁ; তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ। BSB BSB: I was senseless and ignorant; I was a brute beast before You.
23 ULB তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাতখনত ধৰি ৰাখিলা। BSB BSB: Yet I am always with You; You hold my right hand.
24 ULB তুমি তোমাৰ উপদেশৰে মোক পথ দেখুৱাবা, পৰবর্তীসময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা। BSB BSB: You guide me with Your counsel, and later receive me in glory.
25 ULB তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই। BSB BSB: Whom have I in heaven but You? And on earth I desire no one besides You.
26 ULB মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল; কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি। BSB BSB: My flesh and my heart may fail, but God is the strength of my heart and my portion forever.
27 ULB কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকাসকলৰ সর্বনাশ হব; তোমাক এৰি অবিশ্বাসীহোৱা সকলোকে তুমি ধ্বংস কৰিবা। BSB BSB: Those far from You will surely perish; You destroy all who are unfaithful to You.
28 ULB কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; মই প্রভুযিহোৱাক মোৰ আশ্রয়স্থান গ্রহণ কৰিলো; মই তোমাৰ সকলো কার্য ঘোষণা কৰিম। BSB BSB: But as for me, it is good to draw near to God. I have made the Lord GOD my refuge, that I may proclaim all Your works.
Select verses for actions: Enter goes to them and Escape comes back.