Psalm 75 75 Psalms Book 3 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আছৰিত কাৰ্য্যবোৰ বৰ্ণনা কৰি আছে। BSB BSB: For the choirmaster: To the tune of “Do Not Destroy.” A Psalm of Asaph. A song. We give thanks to You, O God; we give thanks, for Your Name is near. The people declare Your wondrous works.
2 ULB যেতিয়া নিৰুপিত সময় উপস্থিত হব; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম। BSB BSB: “When I choose a time, I will judge fairly.
3 ULB যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভযাতুৰ আৰু দুর্বল; তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। চেলা BSB BSB: When the earth and all its dwellers quake, it is I who bear up its pillars. Selah
4 ULB মই অহঙ্কাৰীসকলক কলোঁ, “তোমালোকে অহঙ্কাৰৰে কাৰ্য্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা; দুষ্টসকল জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহওক। BSB BSB: I say to the proud, ‘Do not boast,’ and to the wicked, ‘Do not lift up your horn.
5 ULB তোমালোক জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্বকৰি কথা নকবা।” BSB BSB: Do not lift up your horn against heaven or speak with an outstretched neck.’”
6 ULB কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয়লাভ নহয়। BSB BSB: For exaltation comes neither from east nor west, nor out of the desert,
7 ULB কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক উপৰলৈ তোলে। BSB BSB: but it is God who judges; He brings down one and exalts another.
8 ULB কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ আটাই দুষ্টলোকসকলক অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব। BSB BSB: For a cup is in the hand of the LORD, full of foaming wine mixed with spices. He pours from His cup, and all the wicked of the earth drink it down to the dregs.
9 ULB কিন্তু মই হলে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতিগান কৰিম। BSB BSB: But I will proclaim Him forever; I will sing praise to the God of Jacob.
10 ULB তেওঁ ক’লে,“মই দুষ্টলোকসকলৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্ম্মিক লোকসকলৰ শিং উচ্চ কৰিম।” BSB BSB: “All the horns of the wicked I will cut off, but the horns of the righteous will be exalted.”
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 75
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 75, and keep Opened free for readers who can’t pay.