Psalm 76 76 Psalms Book 3 Assamese Unlocked Literal Bible 1 ULB যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। BSB BSB: For the choirmaster. With stringed instruments. A Psalm of Asaph. A song. God is known in Judah; His name is great in Israel.
2 ULB চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতিস্থান আছে। BSB BSB: His tent is in Salem, His dwelling place in Zion.
3 ULB তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। চেলা BSB BSB: There He shattered the flaming arrows, the shield and sword and weapons of war. Selah
4 ULB তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, যত তুমি তোমাৰ শিকাৰ আহত কৰিছিলা। BSB BSB: You are resplendent with light, more majestic than mountains filled with game.
5 ULB এই দুঃসাহিয়ালসকলক অপহৰণ কৰা হল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হল। পৰাক্ৰমীসকল অসহায় হ’ল। BSB BSB: The valiant lie plundered; they sleep their last sleep. No men of might could lift a hand.
6 ULB হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথচালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল। BSB BSB: At Your rebuke, O God of Jacob, both horse and rider lie stunned.
7 ULB তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হব পাৰে? BSB BSB: You alone are to be feared. When You are angry, who can stand before You?
8 ULB তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হ’য়; পৃথিবী আতঙ্কিত হৈ নিৰৱে আছিল। BSB BSB: From heaven You pronounced judgment, and the earth feared and was still
9 ULB হে ঈশ্বৰে তুমি উঠা বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা।চেলা BSB BSB: when God rose up to judge, to save all the lowly of the earth. Selah
10 ULB অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেইলোকসকলৰ প্ৰসংশাৰ কাৰণ হ’ব; তুমি সমৰ্পূণকৈ ক্রোধ প্রকাশ কৰিবা। BSB BSB: Even the wrath of man shall praise You; with the survivors of wrath You will clothe Yourself.
11 ULB তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। BSB BSB: Make and fulfill your vows to the LORD your God; let all the neighboring lands bring tribute to Him who is to be feared.
12 ULB তেওঁ ৰাজকোৱঁৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব। BSB BSB: He breaks the spirits of princes; He is feared by the kings of the earth.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 76
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 76, and keep Opened free for readers who can’t pay.