1 ULB মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব। BSB BSB: For the choirmaster. According to Jeduthun. A Psalm of Asaph. I cried out to God; I cried aloud to God to hear me.
2 ULB সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলো; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল। BSB BSB: In the day of trouble I sought the Lord; through the night my outstretched hands did not grow weary; my soul refused to be comforted.
3 ULB মই যেতিয়া ঈশ্বৰক চিন্তা কৰো, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰো আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। চেলা BSB BSB: I remembered You, O God, and I groaned; I mused and my spirit grew faint. Selah
4 ULB তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলো আৰু সেয়ে কথাও কব পৰা নাছিলো। BSB BSB: You have kept my eyes from closing; I am too troubled to speak.
5 ULB মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলো; অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলো। BSB BSB: I considered the days of old, the years long in the past.
6 ULB ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰভাৱে চিন্তা কৰিছিলো; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে: BSB BSB: At night I remembered my song; in my heart I mused, and my spirit pondered:
7 ULB “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুণৰ কেতিয়াও দয়া নকৰিব নেকি? BSB BSB: “Will the Lord spurn us forever and never show His favor again?
8 ULB তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি? BSB BSB: Is His loving devotion gone forever? Has His promise failed for all time?
9 ULB ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? চেলা BSB BSB: Has God forgotten to be gracious? Has His anger shut off His compassion?” Selah
10 ULB মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।” BSB BSB: So I said, “I am grieved that the right hand of the Most High has changed.”
11 ULB যিহোৱাই কৰা সকলো কাৰ্য্যৰ কথা মই সোঁৱৰিম; পূর্ব কালত তুমি কৰা আচৰিত কৰ্ম্মবোৰ মই সোঁৱৰণ কৰিম। BSB BSB: I will remember the works of the LORD; yes, I will remember Your wonders of old.
12 ULB তোমাৰ সকলো কাৰ্য্যৰ বিষয়ে মই ধ্যান কৰিম; তোমাৰ মহৎ কার্যবোৰ গভীৰভাৱে চিন্তা কৰিম। BSB BSB: I will reflect on all You have done and ponder Your mighty deeds.
13 ULB হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে? BSB BSB: Your way, O God, is holy. What god is so great as our God?
14 ULB তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিবোৰৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা। BSB BSB: You are the God who works wonders; You display Your strength among the peoples.
15 ULB তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তানসকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। চেলা BSB BSB: With power You redeemed Your people, the sons of Jacob and Joseph. Selah
16 ULB হে ঈশ্বৰ, সমুদ্রৰ জলসমূহে তোমাক দেখিলে; জলসমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল। BSB BSB: The waters saw You, O God; the waters saw You and swirled; even the depths were shaken.
17 ULB মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে। BSB BSB: The clouds poured down water; the skies resounded with thunder; Your arrows flashed back and forth.
18 ULB বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে। BSB BSB: Your thunder resounded in the whirlwind; the lightning lit up the world; the earth trembled and quaked.
19 ULB সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল। BSB BSB: Your path led through the sea, Your way through the mighty waters, but Your footprints were not to be found.
20 ULB মোচি আৰু হাৰোণৰ হতুৱাই ভেড়াৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা। BSB BSB: You led Your people like a flock by the hand of Moses and Aaron.
Select verses for actions: Enter goes to them and Escape comes back.