1 ULB আমাৰ বলস্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা। BSB BSB: For the choirmaster. According to Gittith. Of Asaph. Sing for joy to God our strength; make a joyful noise to the God of Jacob.
2 ULB গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; নেবলেৰে সৈতে মধুৰ বীণা বজোৱা। BSB BSB: Lift up a song, strike the tambourine, play the sweet-sounding harp and lyre.
3 ULB ন জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা। BSB BSB: Sound the ram’s horn at the New Moon, and at the full moon on the day of our Feast.
4 ULB কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা। BSB BSB: For this is a statute for Israel, an ordinance of the God of Jacob.
5 ULB যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। মই আগেয়ে নজনা এনে এটি মাত শুনিলো: BSB BSB: He ordained it as a testimony for Joseph when he went out over the land of Egypt, where I heard an unfamiliar language:
6 ULB “মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আতঁৰাই দিলো; পাঁচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল। BSB BSB: “I relieved his shoulder of the burden; his hands were freed from the basket.
7 ULB তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা) BSB BSB: You called out in distress, and I rescued you; I answered you from the cloud of thunder; I tested you at the waters of Meribah. Selah
8 ULB হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়! BSB BSB: Hear, O My people, and I will warn you: O Israel, if only you would listen to Me!
9 ULB তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা। BSB BSB: There must be no strange god among you, nor shall you bow to a foreign god.
10 ULB ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম। BSB BSB: I am the LORD your God, who brought you up out of Egypt. Open wide your mouth, and I will fill it.
11 ULB কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে। BSB BSB: But My people would not listen to Me, and Israel would not obey Me.
12 ULB সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলো, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে। BSB BSB: So I gave them up to their stubborn hearts to follow their own devices.
13 ULB হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়, BSB BSB: If only My people would listen to Me, if Israel would follow My ways,
14 ULB তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলো হয়, তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলো হয়! BSB BSB: how soon I would subdue their enemies and turn My hand against their foes!
15 ULB যিহোৱাক ঘিণাওঁতাসকল তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব। BSB BSB: Those who hate the LORD would feign obedience, and their doom would last forever.
16 ULB কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম; মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।” BSB BSB: But I would feed you the finest wheat; with honey from the rock I would satisfy you.”
Select verses for actions: Enter goes to them and Escape comes back.