Psalm 82 82 Psalms Book 3 Assamese Unlocked Literal Bible 1 ULB ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাসকলৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। BSB BSB: A Psalm of Asaph. God presides in the divine assembly; He renders judgment among the gods:
2 ULB “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা) BSB BSB: “How long will you judge unjustly and show partiality to the wicked? Selah
3 ULB তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায়বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। BSB BSB: Defend the cause of the weak and fatherless; uphold the rights of the afflicted and oppressed.
4 ULB দুখীয়া আৰু কঙালক বঁচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।” BSB BSB: Rescue the weak and needy; save them from the hand of the wicked.
5 ULB তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে। BSB BSB: They do not know or understand; they wander in the darkness; all the foundations of the earth are shaken.
6 ULB মই ক’লো, “তোমালোকেই দেৱতাসকল; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। BSB BSB: I have said, ‘You are gods; you are all sons of the Most High.’
7 ULB কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।” BSB BSB: But like mortals you will die, and like rulers you will fall.”
8 ULB হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে। BSB BSB: Arise, O God, judge the earth, for all the nations are Your inheritance.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 82
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 82, and keep Opened free for readers who can’t pay.