Psalm 85 85 Psalms Book 3 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা। তুমি যাকোবৰ ভৱিষ্যত পুণৰ স্থাপন কৰিলা। BSB BSB: For the choirmaster. A Psalm of the sons of Korah. You showed favor to Your land, O LORD; You restored Jacob from captivity.
2 ULB তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা; তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা) BSB BSB: You forgave the iniquity of Your people; You covered all their sin. Selah
3 ULB তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা। BSB BSB: You withheld all Your fury; You turned from Your burning anger.
4 ULB হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুণৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা। BSB BSB: Restore us, O God of our salvation, and put away Your displeasure toward us.
5 ULB তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি? BSB BSB: Will You be angry with us forever? Will You draw out Your anger to all generations?
6 ULB তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা? BSB BSB: Will You not revive us again, that Your people may rejoice in You?
7 ULB হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; তোমাৰ পৰিত্ৰাণ আমাক দান কৰা। BSB BSB: Show us Your loving devotion, O LORD, and grant us Your salvation.
8 ULB ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুণৰায় মুর্খতাৰ ফালে ঘূৰি নাযায়। BSB BSB: I will listen to what God the LORD will say; for He will surely speak peace to His people and His saints; He will not let them return to folly.
9 ULB তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্রাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব। BSB BSB: Surely His salvation is near to those who fear Him, that His glory may dwell in our land.
10 ULB গভীৰ প্রেম আৰু বিশ্বস্ততাৰ মিলন ঘটিব; ধাৰ্ম্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব। BSB BSB: Loving devotion and faithfulness have joined together; righteousness and peace have kissed.
11 ULB দেশৰ ভূমিৰ পৰা বিশ্বস্ততাৰ গজালি ওলাব; স্বৰ্গৰ পৰা ধাৰ্ম্মিকতাই তললৈ দৃষ্টি কৰিব। BSB BSB: Faithfulness sprouts from the earth, and righteousness looks down from heaven.
12 ULB যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব। আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব। BSB BSB: The LORD will indeed provide what is good, and our land will yield its increase.
13 ULB ধাৰ্ম্মিকতা যিহোৱাৰ আগে আগে চলিব; তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব। BSB BSB: Righteousness will go before Him to prepare the way for His steps.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 85
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 85, and keep Opened free for readers who can’t pay.