Psalm 87 87 Psalms Book 3 Assamese Unlocked Literal Bible 1 ULB যিহোৱাই পবিত্ৰ পৰ্ব্বতশ্রেণীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে। BSB BSB: A Psalm of the sons of Korah. A song. He has founded His city on the holy mountains.
2 ULB যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়। BSB BSB: The LORD loves the gates of Zion more than all the dwellings of Jacob.
3 ULB হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা) BSB BSB: Glorious things are ascribed to you, O city of God. Selah
4 ULB “মই মোৰ চিনাকিসকলৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম; ফিলিষ্টীয়া, তুৰ আৰু ইথিওপিয়াৰ (কুচক) কথাও চর্চা কৰিম, তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে।’” BSB BSB: “I will mention Rahab and Babylon among those who know Me—along with Philistia, Tyre, and Cush—when I say, ‘This one was born in Zion.’”
5 ULB এনে কি, চিয়োনৰ বিষয়েও এইবুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।” BSB BSB: And it will be said of Zion: “This one and that one were born in her, and the Most High Himself will establish her.”
6 ULB যিহোৱাই জাতিসমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা) BSB BSB: The LORD will record in the register of the peoples: “This one was born in Zion.” Selah
7 ULB গায়ক আৰু নাচনীসকলে একেভাৱে কব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।” BSB BSB: Singers and pipers will proclaim, “All my springs of joy are in You.”
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 87
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 87, and keep Opened free for readers who can’t pay.