1 ULB যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰিজনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতিগান কৰা উত্তম; BSB BSB: A Psalm. A song for the Sabbath day. It is good to praise the LORD, and to sing praises to Your name, O Most High,
2 ULB ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম; BSB BSB: to proclaim Your loving devotion in the morning and Your faithfulness at night
3 ULB দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম। BSB BSB: with the ten-stringed harp and the melody of the lyre.
4 ULB কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য্য দেখি আনন্দেৰে গীত গান কৰো। BSB BSB: For You, O LORD, have made me glad by Your deeds; I sing for joy at the works of Your hands.
5 ULB হে যিহোৱা, তোমাৰ কাৰ্য্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ! BSB BSB: How great are Your works, O LORD, how deep are Your thoughts!
6 ULB নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়; BSB BSB: A senseless man does not know, and a fool does not understand,
7 ULB দুষ্ট লোকসকল যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীসকলে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব। BSB BSB: that though the wicked sprout like grass, and all evildoers flourish, they will be forever destroyed.
8 ULB কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী। BSB BSB: But You, O LORD, are exalted forever!
9 ULB কিয়নো, হে’ যিহোৱা, তোমাৰ শত্ৰুবোৰ, তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব। BSB BSB: For surely Your enemies, O LORD, surely Your enemies will perish; all evildoers will be scattered.
10 ULB কিন্তু বনৰীয়া ষাড়ঁৰ শিঙৰ দৰে তুমি মোৰ শিং তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা। BSB BSB: But You have exalted my horn like that of a wild ox; with fine oil I have been anointed.
11 ULB মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলো; মোৰ বিৰুদ্ধে উঠা সেই দুষ্ট লোকসকলৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালো। BSB BSB: My eyes see the downfall of my enemies; my ears hear the wailing of my wicked foes.
12 ULB ধাৰ্ম্মিকলোক খেজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব। BSB BSB: The righteous will flourish like a palm tree, and grow like a cedar in Lebanon.
13 ULB তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব। BSB BSB: Planted in the house of the LORD, they will flourish in the courts of our God.
14 ULB তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজী হৈ থাকিব; BSB BSB: In old age they will still bear fruit; healthy and green they will remain,
15 ULB তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই। BSB BSB: to proclaim, “The LORD is upright; He is my Rock, and in Him there is no unrighteousness.”
Select verses for actions: Enter goes to them and Escape comes back.