1 ULB যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে BSB BSB: He who dwells in the shelter of the Most High will abide in the shadow of the Almighty.
2 ULB তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভৰসা কৰো।” BSB BSB: I will say to the LORD, “You are my refuge and my fortress, my God, in whom I trust.”
3 ULB তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব। BSB BSB: Surely He will deliver you from the snare of the fowler, and from the deadly plague.
4 ULB তেওঁ নিজৰ পাখিৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্ৰয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব। BSB BSB: He will cover you with His feathers; under His wings you will find refuge; His faithfulness is a shield and rampart.
5 ULB তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা। BSB BSB: You will not fear the terror of the night, nor the arrow that flies by day,
6 ULB অন্ধকাৰত ঘূৰি ফুৰা মহামৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাটলৈ তুমি ভয় নকৰিবা। BSB BSB: nor the pestilence that stalks in the darkness, nor the calamity that destroys at noon.
7 ULB হয়তো তোমাৰ ফালে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব। BSB BSB: Though a thousand may fall at your side, and ten thousand at your right hand, no harm will come near you.
8 ULB তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা। BSB BSB: You will only see it with your eyes and witness the punishment of the wicked.
9 ULB ‘হে প্রভু, হয়, তুমিয়েই মোৰ আশ্রয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা। BSB BSB: Because you have made the LORD your dwelling—my refuge, the Most High—
10 ULB সেইবাবে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। BSB BSB: no evil will befall you, no plague will approach your tent.
11 ULB কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতসকলক তোমাৰ বিষয়ে আজ্ঞা দিব। BSB BSB: For He will command His angels concerning you to guard you in all your ways.
12 ULB তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাট নাপায় BSB BSB: They will lift you up in their hands, so that you will not strike your foot against a stone.
13 ULB তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। BSB BSB: You will tread on the lion and cobra; you will trample the young lion and serpent.
14 ULB কিয়নো তেওঁ মোত প্রেম কৰে, সেয়েহে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। BSB BSB: “Because he loves Me, I will deliver him; because he knows My name, I will protect him.
15 ULB তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। BSB BSB: When he calls out to Me, I will answer him; I will be with him in trouble. I will deliver him and honor him.
16 ULB মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। BSB BSB: With long life I will satisfy him and show him My salvation.”
Select verses for actions: Enter goes to them and Escape comes back.