3 ULB তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা; তুমি কোৱা, “হে মনুষ্য-সন্তানসকল উভটি যোৱা”। BSB BSB: You return man to dust, saying, “Return, O sons of mortals.”
4 ULB তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা; যেন ৰাতিৰ এক প্ৰহৰ মাত্র। BSB BSB: For in Your sight a thousand years are but a day that passes, or a watch of the night.
5 ULB তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা, তেওঁলোক এক সপোনৰ দৰে; তেওঁলোক যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে; BSB BSB: You sweep them away in their sleep; they are like the new grass of the morning—
6 ULB ৰাতি পুৱালেই সেয়ে গজি উঠি বাঢ়িবলৈ ধৰে; গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়। BSB BSB: in the morning it springs up new, but by evening it fades and withers.
7 ULB তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে, তোমাৰ কোপত আমি ব্যাকুল হওঁ। BSB BSB: For we are consumed by Your anger and terrified by Your wrath.
8 ULB তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা; তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়। BSB BSB: You have set our iniquities before You, our secret sins in the light of Your presence.
9 ULB তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়; নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়। BSB BSB: For all our days decline in Your fury; we finish our years with a sigh.
10 ULB আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰও হ’ব পাৰে; তথাপিতো আমি গর্ব কৰিব পৰা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ। BSB BSB: The length of our days is seventy years—or eighty if we are strong—yet their pride is but labor and sorrow, for they quickly pass, and we fly away.
11 ULB তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান? BSB BSB: Who knows the power of Your anger? Your wrath matches the fear You are due.
12 ULB সেয়েহে, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰো। BSB BSB: So teach us to number our days, that we may present a heart of wisdom.
13 ULB হে যিহোৱা, আৰু কিমান কাল? তুমি ঘূৰি আহাঁ! তোমাৰ দাসসকলৰ প্রতি সদয় হোৱা! BSB BSB: Return, O LORD! How long will it be? Have compassion on Your servants.
14 ULB পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা, যেন আমি আয়ুস থাকেমানে গোটেই জীৱনত আনন্দ আৰু উল্লাস কৰিব পাৰো। BSB BSB: Satisfy us in the morning with Your loving devotion, that we may sing for joy and be glad all our days.
15 ULB যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু, যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা। BSB BSB: Make us glad for as many days as You have afflicted us, for as many years as we have seen evil.
16 ULB তোমাৰ দাসসকলৰ আগত তোমাৰ কৰ্ম্ম, আৰু তেওঁলোকৰ সন্তানসকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক। BSB BSB: May Your work be shown to Your servants, and Your splendor to their children.
17 ULB আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক; তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা; হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা। BSB BSB: May the favor of the Lord our God rest upon us; establish for us the work of our hands—yes, establish the work of our hands!
Select verses for actions: Enter goes to them and Escape comes back.