1 ULB ৰাতি মই মোৰ শয্যাত প্ৰাণপ্ৰিয়ক বিচাৰিলো; কিন্তু বিচাৰ কৰি তেওঁক নাপালো; BSB BSB: On my bed at night I sought the one I love; I sought him, but did not find him.
2 ULB মই এটিয়া উঠি নগৰখনত ফুৰোঁ, আলিত আৰু চকত মোৰ প্ৰাণপ্ৰিয়ক বিচাৰো, এই বুলি তেওঁক বিচাৰিলোঁ, কিন্তু নাপালো| BSB BSB: I will arise now and go about the city, through the streets and squares. I will seek the one I love. So I sought him but did not find him.
3 ULB নগৰত ফুৰোঁতা প্ৰহৰীবোৰ মোৰ আগত ওলাল; মই সিহঁতক সুধিলোঁ তোমালোকে মোৰ প্ৰাণপ্ৰিয়ক দেখিছিলা নে? BSB BSB: I encountered the watchmen on their rounds of the city: “Have you seen the one I love?”
4 ULB পাছে সিহঁতৰ ওচৰৰ পৰা অলপ আঁতৰ হৈ গৈ, মই প্ৰাণপ্ৰিয়ক পালোঁ, যেতিয়ালৈকে মই তেওঁক মোৰ মাতৃৰ ঘৰলৈ, জননীৰ ভিতৰ-কোঁঠালিলৈ লৈ নগলো, তেতিয়ালৈকে মই তেওঁক যাব নিদি ধৰি ৰাখিলোঁ| BSB BSB: I had just passed them when I found the one I love. I held him and would not let go until I had brought him to my mother’s house, to the chamber of the one who conceived me.
5 ULB হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই পথাৰৰ মৃগী আৰু হৰিণীবোৰৰ শপত দি কৈছো, প্ৰেমে নিজে ইচ্ছা নকৰেমানলৈকে,তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা |যিৰুচালেমৰ জীয়াৰীবিলাকৰ বাক্য| BSB BSB: O daughters of Jerusalem, I adjure you by the gazelles and does of the field: Do not arouse or awaken love until the time is right.
6 ULB গন্ধৰস, কুন্দুক আদি সুগন্ধিদ্ৰব্য-ব্যৱসায়ীৰ সকলো বিধৰ সুগন্ধি বস্তুৰে সুবাসিত হৈ, ধূঁৱাৰ স্তম্ভ যেন হৈ অৰণ্যৰ পৰা সৌ জনী কোন আহিছে? BSB BSB: Who is this coming up from the wilderness like a column of smoke, scented with myrrh and frankincense from all the spices of the merchant?
7 ULB চোৱা, সৌৱা চলোমনৰ দোলা; ইস্ৰায়েলীয়া বীৰবিলাকৰ মাজৰ ষাঠি জন বীৰে তাৰ চাৰিফালে বেৰি ধৰি আহিছে| BSB BSB: Behold, it is Solomon’s carriage, escorted by sixty of the mightiest men of Israel.
8 ULB তেওঁবিলাক সকলো তৰোৱাল ধৰোঁতা, আৰু ৰণবিদ্যাত পটু; ৰাতি-কালৰ ভয়ৰ কাৰণে তেওঁবিলাক প্ৰতিজনৰ কৰঙনত তৰোৱাল বন্ধা| BSB BSB: All are skilled with the sword, experienced in warfare. Each has his sword at his side prepared for the terror of the night.
9 ULB চলোমন ৰজাই নিজৰ নিমিত্তে লিবানোনৰ কাঠেৰে এখন দোলা সাজিলে| BSB BSB: King Solomon has made his carriage out of the timber of Lebanon.
10 ULB তেওঁ তাৰ খুটাবোৰ ৰুপেৰে নিৰ্ম্মাণ কৰিলে; তেওঁ তাৰ আওজা ভাগ সোণেৰে, আৰু তাৰ বহা দলিচাখন বেঙেনা বৰণীয়া সূতাৰে কৰিলে; আৰু তাৰ ভিতৰখন যিৰুচালেমৰ জীয়াৰী-বিলাকৰ প্ৰেমেৰে শোভিত কৰা হল| BSB BSB: He has made its posts of silver, its base of gold, its seat of purple fabric. Its interior is inlaid with love by the daughters of Jerusalem.
11 ULB হে চিয়োনৰ জীয়াৰীবিলাক, যি মুকুট চলোমনৰ বিবাহৰ দিনা, আৰু মনৰ আনন্দৰ দিনা তেওঁৰ মাতৃয়ে তেওঁৰ মূৰত দিলে, তোমালোকে বাহিৰলৈ গৈ সেই মুকুটেৰে বিভূষিত হোৱা চলোমন ৰজাক চোৱা| BSB BSB: Come out, O daughters of Zion, and gaze at King Solomon, wearing the crown with which his mother crowned him on the day of his wedding—the day of his heart’s rejoicing.
Select verses for actions: Enter goes to them and Escape comes back.