1 ULB মই চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি কনাৰি ফুল| BSB BSB: I am a rose of Sharon, a lily of the valley.
2 ULB কাঁইটবোৰৰ মাজত এটি কনাৰি ফুল যেনে, জীয়াৰীবিলাকৰ মাজত মোৰ প্ৰিয়া তেনে| BSB BSB: Like a lily among the thorns is my darling among the maidens.
3 ULB কাঠনিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, ডেকাবিলাকৰ মাজত মোৰ প্ৰিয় তেনে| মই বৰ আনন্দেৰে তেওঁৰ ছাঁ বহোঁ, আৰু তেওঁৰ ফল মোৰ মুখত সোৱাদ লাগে| BSB BSB: Like an apple tree among the trees of the forest is my beloved among the young men. I delight to sit in his shade, and his fruit is sweet to my taste.
4 ULB তেওঁ মোক দ্ৰাক্ষাৰস পান কৰা ঘৰলৈ লৈ গল, আৰু মোৰ ওপৰত প্ৰেমেই তেওঁৰ নিচান হল| BSB BSB: He has brought me to the house of wine, and his banner over me is love.
5 ULB তোমালোকে শুকান দ্ৰাক্ষাগুটিৰে মোক সবল কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুঊৱা; কিয়নো মই প্ৰেমতে পীড়িতা আছো| BSB BSB: Sustain me with raisins; refresh me with apples, for I am faint with love.
6 ULB তেওঁৰ বাওঁহাত মোৰ মুৰৰ তলত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে| BSB BSB: His left hand is under my head, and his right arm embraces me.
7 ULB হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই পথাৰৰ মৃগী আৰু হৰিণীবোৰৰ শপত দি কৈছো, প্ৰেমে নিজে ইচ্ছা নকৰে মানলৈকে তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা| BSB BSB: O daughters of Jerusalem, I adjure you by the gazelles and does of the field: Do not arouse or awaken love until the time is right.
8 ULB সেইয়া মোৰ প্ৰিয়ৰ মাত, চোৱা, তেওঁ আহিছে, পৰ্ব্বতৰ ওপৰত ডেও দি, আৰু গিৰিবোৰৰ ওপৰত জাঁপ দি আহিছে| BSB BSB: Listen! My beloved approaches. Look! Here he comes, leaping across the mountains, bounding over the hills.
9 ULB মোৰ প্ৰিয় মৃগ বা যুবা হৰিণৰ নিচিনা| সৌৱা চোৱা, তেওঁ আমাৰ বেৰৰ পাছফালে থিয় হৈ আছে, খিড়িকীবোৰেদি চাই পঠাইছে, সেইবোৰৰ চিলিঙিয়েদি দেখা দিছে| BSB BSB: My beloved is like a gazelle or a young stag. Look, he stands behind our wall, gazing through the windows, peering through the lattice.
10 ULB মোৰ প্ৰিয়ই কথা কবলৈ ধৰি মোক কলে, ‘হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ| BSB BSB: My beloved calls to me, “Arise, my darling. Come away with me, my beautiful one.
11 ULB কিয়নো চোৱা, জাৰ-কাল গল, আৰু বৰষুণৰ সময় শেষ হল; BSB BSB: For now the winter is past; the rain is over and gone.
12 ULB পৃথিবীত ফুলবোৰে দেখা দিছে; পক্ষীবোৰৰ গানৰ সময় আহিল; আৰু আমাৰ দেশত কপৌৰ মাত শুনা গৈছে| BSB BSB: The flowers have appeared in the countryside; the season of singing has come, and the cooing of turtledoves is heard in our land.
13 ULB ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, আৰু দ্ৰাক্ষালতাবোৰ ফুলিছে; সেইবোৰে সুঘ্ৰাণ প্ৰদান কৰিছে| হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহা| BSB BSB: The fig tree ripens its figs; the blossoming vines spread their fragrance. Arise, come away, my darling; come away with me, my beautiful one.”
14 ULB শিলৰ ফাটত, আৰু গড়াৰ গুপুত ঠাইত থকা হে মোৰ কপোতী, মোক তোমাৰ মুখ দেখিবলৈ আৰু তোমাৰ মাত শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত সুৱলা, আৰু তোমাৰ মুখ সুৱনী|’ BSB BSB: O my dove in the clefts of the rock, in the crevices of the cliff, let me see your face, let me hear your voice; for your voice is sweet, and your countenance is lovely.
15 ULB তোমালোকে আমাৰ নিমিত্তে শিয়ালবোৰ, দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰোঁতা সৰু শিয়ালবোৰ ধৰা; কিয়নো আমাৰ বাৰীত দ্ৰাক্ষালতাবোৰ ফুলিছে| BSB BSB: Catch for us the foxes—the little foxes that ruin the vineyards—for our vineyards are in bloom.
16 ULB মোৰ প্ৰিয় মোৰেই, আৰু মইও তেওঁৰেই, তেওঁ কনাৰি ফুলনিৰ মাজত নিজৰ জাক চৰায়| BSB BSB: My beloved is mine and I am his; he pastures his flock among the lilies.
17 ULB হে মোৰ প্ৰিয় দিন জুৰ নপৰে মানে, আৰু ছাঁবোৰ নুগুছেমানে, তুমি ঘূৰি গৈ বেথৰ পব্বতত মৃগ নাইবা যুবা হৰিণৰ সদৃশ হোৱা| BSB BSB: Before the day breaks and shadows flee, turn, my beloved, and be like a gazelle or a young stag on the mountains of Bether.
Select verses for actions: Enter goes to them and Escape comes back.