1 ULB হে নাৰীবিলাকৰ মাজত পৰম-সুন্দৰী,তোমাৰ প্ৰিয় ক’লৈ গল? আমি তোমাৰ লগত তোমাৰ প্ৰিয়ক বিচাৰিবৰ নিমিত্তে, তেওঁ কোন পিনে গল তাক কোৱা| BSB BSB: Where has your beloved gone, O most beautiful among women? Which way has he turned? We will seek him with you.
2 ULB মোৰ প্ৰিয় উদ্যানবোৰত চৰিবৰ নিমিত্তে, আৰু কনাৰি ফুল গোটাবৰ নিমিত্তে, নিজ বাৰীলৈ, সুগন্ধি ফুল গছৰ ভেটি কেইটালৈ নামি গল| BSB BSB: My beloved has gone down to his garden, to the beds of spices, to pasture his flock in the gardens and to gather lilies.
3 ULB মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয় মোৰেই, তেওঁ কনাৰি ফুলনিৰ মাজত তেওঁৰ জাক চৰায়| BSB BSB: I belong to my beloved and he belongs to me; he pastures his flock among the lilies.
4 ULB হে মোৰ প্ৰিয়া, তুমি তিৰ্চাৰ নিচিনা সুন্দৰী, যিৰুচালেমৰ সদৃশ ৰুপৱতী, ধ্বজা থকা সৈন্যসামন্তৰ নিচিনা ভয়ঙ্কৰী| BSB BSB: You are as beautiful, my darling, as Tirzah, as lovely as Jerusalem, as majestic as troops with banners.
5 ULB তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক পৰাজয় কৰিলে| তোমাৰ কেশ গিলিয়দ পৰ্ব্বতৰ চালত শুই থকা ছাগ এজাকৰ নিচিনা| BSB BSB: Turn your eyes away from me, for they have overcome me. Your hair is like a flock of goats streaming down from Gilead.
6 ULB তোমাৰ দাঁতবোৰ দুটি দুটি পোৱালি থকা, আৰু কোনেও পোৱালিৰ পৰা বঞ্চিত নোহোৱা, গা ধুৱাই অনা ভেৰা এজাকৰ নিচিনা| BSB BSB: Your teeth are like a flock of sheep coming up from the washing; each has its twin, and not one of them is lost.
7 ULB ওৰণিৰ ভিতৰত থকা তোমাৰ কুম দুটি ডালিম এডুখৰিৰ নিচিনা| BSB BSB: Your brow behind your veil is like a slice of pomegranate.
8 ULB ষাঠি জনী ৰাণী আৰু আশী জনী উপপত্নী, আৰু অসংখ্য যুৱতী আছে| BSB BSB: There are sixty queens and eighty concubines, and maidens without number,
9 ULB মোৰ কপোতী, মোৰ শুদ্ধমতী একমাত্ৰ; তেওঁৰ মাতৃৰ তেৱেঁই অকল এজনী; তেওঁ নিজ জননীৰ স্নেহপাত্ৰী| জীয়াৰীবিলাকে তেওঁক দেখি ধন্য বুলিলে; এনে কি, ৰাণীবিলাকে আৰু উপপত্নীবোৰে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে| BSB BSB: but my dove, my perfect one, is unique, the favorite of the mother who bore her. The maidens see her and call her blessed; the queens and concubines sing her praises.
10 ULB অৰুণৰ দৰে উদয়কাৰিণী, চন্দ্ৰৰ নিচিনা সুন্দৰী, সুৰ্য্যৰ দৰে নিৰ্ম্মলী, আৰু নিচান থকা সৈন্যসামন্তৰ নিচিনা ভয়ঙ্কৰী সৌ জনী স্ত্ৰী কোন? BSB BSB: Who is this who shines like the dawn, as fair as the moon, as bright as the sun, as majestic as the stars in procession?
11 ULB মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, আৰু ডালিম ফুলিছে নে নাই, তাক দেখিবলৈ আকৰোটৰ বাৰিলৈ নামি গলোঁ| BSB BSB: I went down to the walnut grove to see the blossoms of the valley, to see if the vines were budding or the pomegranates were in bloom.
12 ULB মোৰ মনে অকস্মাতে মোক তুলি মোৰ ৰাজবংশীয় প্ৰজাবিলাকৰ ৰথত থলে| BSB BSB: Before I realized it, my desire had set me among the royal chariots of my people.
13 ULB হে চূলম্মীৎ,উলটি আহাঁ, উলটি আহাঁ, উলটি আহাঁ, উলটি আহাঁ,আমি তোমাক চাওঁ| BSB BSB: Come back, come back, O Shulammite! Come back, come back, that we may gaze upon you. Why do you look at the Shulammite, as on the dance of Mahanaim?
Select verses for actions: Enter goes to them and Escape comes back.