3 ULB এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত "হে কৰ্ণীলিয়!" বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷ BSB BSB: One day at about the ninth hour, he had a clear vision of an angel of God who came to him and said, “Cornelius!”
4 ULB তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই কলে, "কি কয় প্ৰভু?" দূতে তেওঁক কলে, "তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহনীয় হ'ল৷ BSB BSB: Cornelius stared at him in fear and asked, “What is it, Lord?” The angel answered, “Your prayers and gifts to the poor have ascended as a memorial offering before God.
5 ULB এতিয়া যাফোলৈ মানুহ পঠিয়াই চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি পঠোৱা, BSB BSB: Now send men to Joppa to call for a man named Simon who is called Peter.
6 ULB তেওঁ সাগৰৰ তীৰত নিবাস কৰা চিমোন নামৰ চমাৰৰ ঘৰত আলহী হৈ আছে৷" BSB BSB: He is staying with Simon the tanner, whose house is by the sea.”
7 ULB এনেদৰে কৰ্ণীলিয়ক কৈ স্বৰ্গদূত গুচি গ'ল, তাৰ পাছত তেওঁ নিজৰ ঘৰৰ দুজন লগুৱা আৰু আলপৈচান ধৰাসকলৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি, BSB BSB: When the angel who spoke to him had gone, Cornelius called two of his servants and a devout soldier from among his attendants.
8 ULB তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷ BSB BSB: He explained what had happened and sent them to Joppa.
10 ULB তেতিয়া তেওঁৰ ভোক লগাত খাবলৈ ইচ্ছা কৰিলে, কিন্তু লোক সকলে আহাৰ যুগুত কৰি থাকোতে তেওঁ মূৰ্ছিত হৈ পৰিল; BSB BSB: He became hungry and wanted something to eat, but while the meal was being prepared, he fell into a trance.
11 ULB আৰু আকাশ খন মুকলি হৈ, চাৰি চুকত ধৰি পৃথিবীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে৷ BSB BSB: He saw heaven open and something like a large sheet being let down to earth by its four corners.
12 ULB তাত সকলো বিধৰ চাৰিঠেঙীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাইবোৰ আছিল৷ BSB BSB: It contained all kinds of four-footed animals and reptiles of the earth, as well as birds of the air.
13 ULB তেতিয়া তেওঁলৈ এনে বাণী হ'ল বোলে: "উঠা, মাৰি খোৱা৷" BSB BSB: Then a voice said to him: “Get up, Peter, kill and eat!”
14 ULB কিন্তু পিতৰে কলে, "হে প্ৰভু, এনে নহওক; কিয়নো মই কোনোধৰণৰ বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই৷" BSB BSB: “No, Lord!” Peter answered. “I have never eaten anything impure or unclean.”
15 ULB দ্বিতীয়বাৰ তেওঁলৈ এই বাণী হ'ল: "ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা৷" BSB BSB: The voice spoke to him a second time: “Do not call anything impure that God has made clean.”
16 ULB এইদৰে তিনি বাৰ ঘটিল আৰু সেই পাত্ৰ তেতিয়াই আকাশৰ ওপৰলৈ তুলি নিয়া হ'ল৷ BSB BSB: This happened three times, and all at once the sheet was taken back up into heaven.
17 ULB তেতিয়া পিতৰে যি দৰ্শন দেখিলে; সেই দৰ্শনৰ অৰ্থ কি হ'ব পাৰে ইয়াকে চিন্তা কৰি থাকোতেই, কৰ্ণীলিয়ই পঠোৱা মানুহ কেইজনে সুধি সুধি চিমোনৰ ঘৰলৈ আহি দুৱাৰ মুখত থিয় হ'ল, BSB BSB: While Peter was puzzling over the meaning of the vision, the men sent by Cornelius found Simon’s house and approached the gate.
18 ULB আৰু মাত লগাই সুধিলে, "বোলে সেই চিমোন ইয়াত থাকে নে যিজনৰ প্ৰখ্যাত নাম পিতৰ?" BSB BSB: They called out to ask if Simon called Peter was staying there.
19 ULB তেতিয়া পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোতেই, আত্মাই (পবিত্ৰ আত্মাই) তেওঁক কলে, "চোৱা, তিনি জন মানুহে তোমাক বিচাৰিছে৷ BSB BSB: As Peter continued to reflect on the vision, the Spirit said to him, “Behold, three men are looking for you.
20 ULB তুমি উঠা আৰু নামি যোৱা৷ তেওঁলোকে সৈতে সংশয় নকৰি যোৱা; কিয়নো মইহে তেওঁলোকক পঠালোঁ৷" BSB BSB: So get up! Go downstairs and accompany them without hesitation, because I have sent them.”
21 ULB তেতিয়া পিতৰে নামি গৈ সেই মানুহ কেইজনক কলে, "তোমালোকে যিজনক বিচাৰিছা, সেইজন ময়েই৷ তোমালোকে কি কাৰণত আহিলা?" BSB BSB: So Peter went down to the men and said, “Here am I, the one you are looking for. Why have you come?”
22 ULB তেওঁলোকে কলে, "কৰ্ণীলিয় নামেৰে ধাৰ্মিক আৰু ঈশ্বৰক উপাসনা কৰা আৰু গোটেই ইহুদী জাতিৰ আগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি, আপোনাৰ পৰা কথা শুনিবলৈ স্বৰ্গদূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পাইছে৷" BSB BSB: “Cornelius the centurion has sent us,” they said. “He is a righteous and God-fearing man with a good reputation among the whole Jewish nation. A holy angel instructed him to request your presence in his home so he could hear a message from you.”
23 ULB তেতিয়া পিতৰে তেওঁলোকক ৰাতিটো তেওঁৰ তাতে থকাৰ ব্যৱস্হা কৰি দিলে৷ পাছদিনা তেওঁ যাফোত থকা ভাই সকলৰ মাজৰ কেইজনমানক লগত লৈ তেওঁলোকৰ সৈতে যাত্ৰা কৰিলে৷ BSB BSB: So Peter invited them in as his guests. And the next day he got ready and went with them, accompanied by some of the brothers from Joppa.
24 ULB তাৰ পাছদিনা তেওঁলোকে চীজাৰিয়ালৈ আহিল৷ কৰ্ণীলিয়ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধু সকলক গোট খুৱাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল৷ BSB BSB: The following day he arrived in Caesarea, where Cornelius was expecting them and had called together his relatives and close friends.
25 ULB পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণাম কৰিলে৷ BSB BSB: As Peter was about to enter, Cornelius met him and fell at his feet to worship him.
26 ULB কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, "উঠা; ময়ো মানুহহে৷" BSB BSB: But Peter helped him up. “Stand up,” he said, “I am only a man myself.”
27 ULB তাৰ পাছত যেতিয়া পিতৰে তেৱেঁ সৈতে কথা কৈ কৈ ঘৰত সোমাল, বহু মানুহ গোট খাই থকা দেখি, BSB BSB: As Peter talked with him, he went inside and found many people gathered together.
29 ULB এই হেতুকে মোক মাতোতে কোনো আপত্তি নকৰাকৈ মই আহিলো৷ গতিকে এতিয়া সুধিছোঁ, কিয়নো আপোনালোকে মোক মাতিলে৷" BSB BSB: So when I was invited, I came without objection. I ask, then, why have you sent for me?”
30 ULB তেতিয়া কৰ্ণীলিয়ই কলে, "আজি চাৰি দিন হ'ল ঠিক এই সময়ত অৰ্থাৎ আবেলি তিনি মান বজাত প্ৰাৰ্থনা কৰি আছিলো; তেতিয়া চাওঁক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ'ল৷ BSB BSB: Cornelius answered: “Four days ago I was in my house praying at this, the ninth hour. Suddenly a man in radiant clothing stood before me
31 ULB তেওঁ কলে, 'হে কৰ্ণীলিয়, তোমাৰ প্ৰাৰ্থনা শুনা গ'ল আৰু তুমি দুখীয়াক দিয়া দান ঈশ্বৰৰ আগত সোঁৱৰণ কৰা হ'ল৷ BSB BSB: and said, ‘Cornelius, your prayer has been heard, and your gifts to the poor have been remembered before God.
32 ULB এতেকে যাফোলৈ মানু্হ পঠিয়াই, সাগৰৰ দাঁতিত চিমোন নামেৰে এজন চমাৰৰ ঘৰত আলহী হৈ থকা চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি অানা গৈ৷ BSB BSB: Therefore send to Joppa for Simon, who is called Peter. He is a guest in the home of Simon the tanner, by the sea.’
33 ULB এই হেতুকে মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠালোঁ৷ আপুনি যে এতিয়া আহি পালে, ভাল কৰিলে৷ এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে, সেই সকলো বিষয় শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছো৷" BSB BSB: So I sent for you immediately, and you were kind enough to come. Now then, we are all here in the presence of God to listen to everything the Lord has instructed you to tell us.”
35 ULB বৰং সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধাৰ্মিক আচৰণ কৰে, সেইজন তেওঁৰ গ্ৰহণযোগ্য হয়৷ BSB BSB: but welcomes those from every nation who fear Him and do what is right.
36 ULB যি জন সকলোৰে প্ৰভু, সেই যীচু খ্ৰীষ্টৰ দ্বাৰাই মিলনৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতে, ঈশ্বৰে যি বাক্য ইস্ৰায়েলৰ লোক সকললৈ পঠালে, BSB BSB: He has sent this message to the people of Israel, proclaiming the gospel of peace through Jesus Christ, who is Lord of all.
37 ULB আৰু যোহনে বাপ্তিস্মৰ কথা ঘোষণা কৰাৰ পাছত, গালীলৰ পৰা আৰম্ভ হৈ গোটেই যিহূদিয়ালৈকে বিয়পি গ'ল, সেই বাক্য আপোনালোকে নিজেও বুজি আছে৷ BSB BSB: You yourselves know what has happened throughout Judea, beginning in Galilee with the baptism that John proclaimed:
38 ULB সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা আৰু মহিমাৰে অভিষেক কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷ BSB BSB: how God anointed Jesus of Nazareth with the Holy Spirit and with power, and how Jesus went around doing good and healing all who were oppressed by the devil, because God was with Him.
39 ULB আৰু ইহুদী সকলৰ গাৱেঁ-ভুয়ে গৈ আৰু যিৰূচালেমতো তেওঁ যি যি কৰ্ম কৰিছিল, সেই সকলো কৰ্মৰ সাক্ষী আমি আছো৷ এই যীচুকেই তেওঁলোকে কাঠত আৰি বধ কৰিলে৷ BSB BSB: We are witnesses of all that He did, both in the land of the Jews and in Jerusalem. And although they put Him to death by hanging Him on a tree,
40 ULB কিন্তু এইজনকে প্ৰকাশিত কৰিবলৈ ঈশ্বৰে তেওঁক তৃতীয় দিনা তুলিলে, BSB BSB: God raised Him up on the third day and caused Him to be seen—
41 ULB আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃত বিলাকৰ মাজৰ পৰা উঠাৰ পিছত তেৱেঁ সৈতে ভোজন-পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি, আমাৰ আগতহে প্ৰকাশিত হবলৈ দিলে৷ BSB BSB: not by all the people, but by the witnesses God had chosen beforehand, by us who ate and drank with Him after He rose from the dead.
42 ULB জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা হবলৈ ঈশ্বৰে যিজনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷ BSB BSB: And He commanded us to preach to the people and to testify that He is the One appointed by God to judge the living and the dead.
43 ULB তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷ BSB BSB: All the prophets testify about Him that everyone who believes in Him receives forgiveness of sins through His name.”
44 ULB পিতৰে এই কথা কৈ থাকোতেই, শুনি থকা সকলোৰে ওপৰত পবিত্ৰ আত্মা আহিল৷ BSB BSB: While Peter was still speaking these words, the Holy Spirit fell upon all who heard his message.
45 ULB তাতে পিতৰৰ লগত অহা চুন্নৎ হোৱা বিশ্বাসী সকলে অনা-ইহুদী সকলৰ ওপৰতো পবিত্ৰ আত্মা বাকি দিয়া দেখি বিস্ময় মানিলে৷ BSB BSB: All the circumcised believers who had accompanied Peter were astounded that the gift of the Holy Spirit had been poured out even on the Gentiles.
46 ULB কাৰণ সেই অনা-ইহুদী সকলে নানা ভাষাৰে কথা কৈ ঈশ্বৰৰ স্তুতি কৰা তেওঁলোকে শুনিবলৈ পালে৷ তেতিয়া পিতৰে উত্তৰ দি কলে, BSB BSB: For they heard them speaking in tongues and exalting God. Then Peter said,
47 ULB "আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁলোক বাপ্তাইজিত নহবলৈ কোনোবাই জলক বাধা দিব পাৰে নে?" BSB BSB: “Can anyone withhold the water to baptize these people? They have received the Holy Spirit just as we have!”
48 ULB তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷ BSB BSB: So he ordered that they be baptized in the name of Jesus Christ. Then they asked him to stay for a few days.
Select verses for actions: Enter goes to them and Escape comes back.