1 ULB যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব খোজোঁ, তেতিয়া ইফ্ৰয়িমৰ অপৰাধ আৰু চমৰিয়াৰ দুষ্টতা প্ৰকাশ পায়; কিয়নো তেওঁবিলাকে প্ৰবঞ্চনা কৰে, ভিতৰত চোৰ সোমায়, আৰু বাহিৰত ডকাইতৰ দলে লুট কৰে। BSB BSB: When I heal Israel, the iniquity of Ephraim will be exposed, as well as the crimes of Samaria. For they practice deceit and thieves break in; bandits raid in the streets.
2 ULB আৰু মই যে তেওঁবিলাকৰ আটাই দুষ্টতা মনত ৰাখোঁ, তাক তেওঁবিলাকে মনত বিবেচনা নকৰে; এতিয়া তেওঁবিলাকৰ নিজ নিজ কাৰ্য্যবোৰে তেওঁবিলাকক বেৰি ধৰিছে, সেইবোৰ মোৰ চকুৰ আগত আছে। BSB BSB: But they fail to consider in their hearts that I remember all their evil. Now their deeds are all around them; they are before My face.
3 ULB তেওঁবিলাকে নিজ নিজ দুষ্টতাৰে ৰজাক, আৰু নিজ নিজ মিছা কথাৰে প্ৰধান লোকবিলাকক আনন্দিত কৰে। BSB BSB: They delight the king with their evil, and the princes with their lies.
4 ULB তেওঁবিলাক আটাইবোৰ ব্যভিচাৰী, ৰুটীৱালাই তপত কৰা তন্দুৰস্বৰূপ; তেওঁ আটাগুড়ি খচাৰে পৰা ৰুটী নুফুলালৈকে জুই বঢ়াই দিবলৈ এৰে। BSB BSB: They are all adulterers, like an oven heated by a baker who needs not stoke the fire from the kneading to the rising of the dough.
5 ULB আমাৰ ৰজাৰ উৎসৱৰ দিনা প্ৰধান লোকবিলাকে দ্ৰাক্ষাৰসৰ ৰাগীৰে নিজকে নৰিয়া কৰিলে; তেওঁ নিন্দকবোৰে সৈতে হাতত ধৰাধৰিকৈ গৈছিল। BSB BSB: The princes are inflamed with wine on the day of our king; so he joins hands with those who mock him.
6 ULB কিয়নো তেওঁবিলাকে খাপ দি থাকোতে নিজ নিজ মন তন্দুৰৰ নিচিনা কৰে; তেওঁবিলাকৰ ৰুটীৱালা ওৰে ৰাতি শুই থাকে, ৰাতিপুৱা সেই তন্দুৰ প্ৰচণ্ড অগ্নিৰ নিচিনাকৈ জ্বলে। BSB BSB: For they prepare their heart like an oven while they lie in wait; all night their anger smolders; in the morning it blazes like a flaming fire.
7 ULB তেওঁবিলাক আটাইবোৰ তন্দুৰৰ নিচিনা তপত, তেওঁবিলাকে তেওঁবিলাকৰ বিচাৰকৰ্ত্তাবিলাকক গ্ৰাস কৰে; তেওঁবিলাকৰ আটাই ৰজা পতিত হল; তেওঁবিলাকৰ মাজত মোৰ আগত প্ৰাৰ্থনা কৰোঁতা কোনো নাই। BSB BSB: All of them are hot as an oven, and they devour their rulers. All their kings fall; not one of them calls upon Me.
8 ULB ইফ্ৰয়িম জাতিবিলাকে সৈতে মিহলি হল; ইফ্ৰয়িম লুটিয়াই নিদিয়া পিঠাৰ নিচিনা। BSB BSB: Ephraim mixes with the nations; Ephraim is an unturned cake.
9 ULB বিদেশীবোৰে তাৰ বল গ্ৰাস কৰিলে, কিন্তু সি তাক নাজানে; এনে কি, তাৰ মুৰৰ ঠায়ে ঠায়ে চুলি পকিছে, কিন্তু সি তাক নাজানে। BSB BSB: Foreigners consume his strength, but he does not notice. Even his hair is streaked with gray, but he does not know.
10 ULB আৰু ইস্ৰায়েলৰ গৌৰৱ-ভূমিয়ে তাৰ মুখৰ আগত সাক্ষ্য দিছে; তথাপি এই সকলোতো তেওঁবিলাকে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা নাই, বা তেওঁক বিচৰা নাই। BSB BSB: Israel’s arrogance testifies against them, yet they do not return to the LORD their God; despite all this, they do not seek Him.
11 ULB আৰু ইফ্ৰয়িম অজলা কপৌৰ নিচিনা, বুদ্ধি নাইকিয়া; তেওঁবিলাকে মিচৰক মাতে, অচূৰৰ ওচৰলৈ যায়। BSB BSB: So Ephraim has become like a silly, senseless dove—calling out to Egypt, then turning to Assyria.
12 ULB তেওঁবিলাক যোৱামাত্ৰকে মই ওপৰত মোৰ জাল পেলাম, আকাশৰ চৰাইৰ নিচিনাকৈ মই তেওঁবিলাকক নমাম; তেওঁবিলাকৰ মণ্ডলীয়ে শুনাৰ দৰেই মই তেওঁবিলাকক শাস্তি দিম। BSB BSB: As they go, I will spread My net over them; I will bring them down like birds of the air. I will chastise them when I hear them flocking together.
13 ULB তেওঁবিলাকৰ সন্তাপ হব, কিয়নো তেওঁবিলাক মোৰ পৰা ভ্ৰমি ফুৰিছে; তেওঁবিলাকৰ বিনাশ হব, কিয়নো তেওঁবিলাকে মোৰ বিৰুদ্ধে সত্য-লঙ্ঘন কৰিলে; যদিও মই তেওঁবিলাকক মুক্ত কৰিব খুজিছোঁ, তথাপি তেওঁবিলাক হলে মোৰ বিৰুদ্ধে মিছা কথা কৈছে। BSB BSB: Woe to them, for they have strayed from Me! Destruction to them, for they have rebelled against Me! Though I would redeem them, they speak lies against Me.
14 ULB তেওঁবিলাকে অন্তৰে সৈতে মোৰ আগত কাতৰোক্তি নকৰি নিজ নিজ শয্যাত হাহাকাৰ কৰে; তেওঁবিলাকে শস্য আৰু দ্ৰাক্ষাৰসৰ কাৰণে গোট খায়, মোৰ অহিতে বিদ্ৰোহ কৰে। BSB BSB: They do not cry out to Me from their hearts when they wail upon their beds. They slash themselves for grain and new wine, but turn away from Me.
15 ULB যদিও মই শিক্ষা দি তেওঁবিলাকৰ বাহু সবল কৰিলোঁ, তথাপি তেওঁবিলাকে হলে, মোৰ বিৰুদ্ধে কুকল্পনা কৰে। BSB BSB: Although I trained and strengthened their arms, they plot evil against Me.
16 ULB তেওঁবিলাকে ঘূৰে, কিন্তু ওপৰত থকা জনালৈ নহয়; তেওঁবিলাক প্ৰবঞ্চক ধনুৰ নিচিনা; তেওঁবিলাকৰ অধিপতিবিলাক নিজ নিজ জিবাৰে কোৱা খঙৰ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হব; এয়ে মিচৰ দেশত তেওঁবিলাকৰ হাঁহিয়াতৰ কাৰণ হব। BSB BSB: They turn, but not to the Most High; they are like a faulty bow. Their leaders will fall by the sword for the cursing of their tongue; for this they will be ridiculed in the land of Egypt.