1 ULB তাতে তৈমনিয়া ইলীফজে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Eliphaz the Temanite replied:
2 ULB জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে উদৰ পূৰ কৰে? BSB BSB: “Does a wise man answer with empty counsel or fill his belly with the hot east wind?
3 ULB সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰা? তুমি হলে এই সকলোকে কৰিছা, BSB BSB: Should he argue with useless words or speeches that serve no purpose?
4 ULB এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা। BSB BSB: But you even undermine the fear of God and hinder meditation before Him.
5 ULB কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্ত্তবোৰৰ জিবা মনোনীত কৰিছা। BSB BSB: For your iniquity instructs your mouth, and you choose the language of the crafty.
6 ULB তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে। BSB BSB: Your own mouth, not mine, condemns you; your own lips testify against you.
7 ULB মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্ব্বেই জানো তোমাৰ জন্ম হৈছিল? BSB BSB: Were you the first man ever born? Were you brought forth before the hills?
8 ULB তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? আৰু তোমাৰ নিজৰ নিমিত্তে জ্ঞান ৰাখি থেছা নে? BSB BSB: Do you listen in on the council of God or limit wisdom to yourself?
9 ULB তুমি নো আমি নজনা কথা কি জানা? তুমি নো আমি নুবুজা কথা কি বুজিছা? BSB BSB: What do you know that we do not? What do you understand that is not clear to us?
10 ULB আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলীয়াও আছে; তেওঁবিলাক তোমাৰ পিতৃত্কৈয়ো অতি বৃদ্ধ। BSB BSB: Both the gray-haired and the aged are on our side—men much older than your father.
11 ULB ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে? BSB BSB: Are the consolations of God not enough for you, even words spoken gently to you?
12 ULB তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, আৰু এনে কথা মুখৰ পৰা উলিয়াইছা, BSB BSB: Why has your heart carried you away, and why do your eyes flash,
13 ULB তোমিৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে? BSB BSB: so that you turn your spirit against God and pour such words from your mouth?
14 ULB মৰ্ত্ত্য নো কি, যে তেওঁ শুচি হব পাৰে? তিৰোতাৰ পৰা জন্ম পোৱা মনুষ্য নো কি, য, তেওঁ ধাৰ্ম্মক হব পাৰে? BSB BSB: What is man, that he should be pure, or one born of woman, that he should be righteous?
15 ULB চোৱা তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়। BSB BSB: If God puts no trust in His holy ones, if even the heavens are not pure in His eyes,
16 ULB তেন্তে, জলৰ দৰে অধৰ্ম্ম পান কৰোতা, ঘৃণনীয়, আৰু ভ্ৰষ্ট মনুষ্য কিমান কম পৰিমানা শুচি হব পাৰে। BSB BSB: how much less man, who is vile and corrupt, who drinks injustice like water?
17 ULB মই তোমাক কওঁ, মোৰ কথা শুনা; যি দেখিলোঁ, মই তাক প্ৰকাশ কৰোঁ; BSB BSB: Listen to me and I will inform you. I will describe what I have seen,
18 ULB যিবিলাকৰ হাতত দেশ শোধাই দিয়া হৈছিল, আৰু যিবিলাকৰ মাজত কোনো বিদেশী ফুৰা নাছিল, BSB BSB: what was declared by wise men and was not concealed from their fathers,
19 ULB জ্ঞনীবিলাকে তেওঁবিলাকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, গুপুতে নাৰাখি এই কথা কয়, BSB BSB: to whom alone the land was given when no foreigner passed among them.
20 ULB দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়। BSB BSB: A wicked man writhes in pain all his days; only a few years are reserved for the ruthless.
21 ULB ভয়ৰ শব্দ তাৰ কাণতা থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে। BSB BSB: Sounds of terror fill his ears; in his prosperity the destroyer attacks him.
22 ULB সি যে আন্ধাৰৰ পৰা উলটি আহিব, তাক সি বিশ্বাস নকৰে; তৰোৱালে তালৈ বাট চাই আছে। BSB BSB: He despairs of his return from darkness; he is marked for the sword.
23 ULB সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ক’ত আছে? সি জানে, যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্তত আছে। BSB BSB: He wanders about as food for vultures; he knows the day of darkness is at hand.
24 ULB ক্লেশ আৰু মনৰ তাপে চাক ভয় দেখুৱায়; যুদ্ধৰ নিমিত্তে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে। BSB BSB: Distress and anguish terrify him, overwhelming him like a king poised to attack.
25 ULB কাৰণ, সি ঈশ্বৰৰ অহিতে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে। BSB BSB: For he has stretched out his hand against God and has vaunted himself against the Almighty,
26 ULB সি ফেৰ পাতি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰিলে। BSB BSB: rushing headlong at Him with a thick, studded shield.
27 ULB কিয়নো সি তেল ধৰাই নিজৰ মুখ নোদোকা কৰিলে, আৰু নিজৰ তপিনাৰ তৰপে তৰপে তেল ধৰালে; BSB BSB: Though his face is covered with fat and his waistline bulges with flesh,
28 ULB সি উচ্ছন্ন নগৰত বাস কৰিলে; আৰু য’ত কোনেও বাস নকৰে, শিলৰ দ’ম হবলগীয়া এনে ঘৰত বহতি কৰিলে। BSB BSB: he will dwell in ruined cities, in abandoned houses destined to become rubble.
29 ULB সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব। BSB BSB: He will no longer be rich; his wealth will not endure. His possessions will not overspread the land.
30 ULB সি আদ্ধাৰৰ পৰা নাসাৰিব; অগ্নি-শিকাই তাৰ ঠালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফঁতে উড়ি যাব। BSB BSB: He will not escape from the darkness; the flame will wither his shoots, and the breath of God’s mouth will carry him away.
31 ULB সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হব। BSB BSB: Let him not deceive himself with trust in emptiness, for emptiness will be his reward.
32 ULB তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হব, আৰু তাৰ খাজুৰ পাত কেঁচাই নাথাকিব। BSB BSB: It will be paid in full before his time, and his branch will not flourish.
33 ULB সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব। BSB BSB: He will be like a vine stripped of its unripe grapes, like an olive tree that sheds its blossoms.
34 ULB কিয়নো অধৰ্ম্মীবোৰৰ সমাজ বন্ধ্যা হব, আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নয়ে গ্ৰস কৰিব। BSB BSB: For the company of the godless will be barren, and fire will consume the tents of bribery.
35 ULB সিহঁতে অনিষ্ট গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে। BSB BSB: They conceive trouble and give birth to evil; their womb is pregnant with deceit.”
Select verses for actions: Enter goes to them and Escape comes back.