1 ULB তোতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Job answered:
2 ULB মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী। BSB BSB: “I have heard many things like these; miserable comforters are you all.
3 ULB বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? বা উত্তৰ দিবলৈ তোমাক উদগাইছে? BSB BSB: Is there no end to your long-winded speeches? What provokes you to continue testifying?
4 ULB মইও তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেন্তে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকৰ বিৰুদ্ধে মূৰ জোকাৰিব পাৰিলোহেঁতেন; BSB BSB: I could also speak like you if you were in my place; I could heap up words against you and shake my head at you.
5 ULB আৰু মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশম্হে হলহেঁতেন। BSB BSB: But I would encourage you with my mouth, and the consolation of my lips would bring relief.
6 ULB মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, আৰু নিমাতে থাকিলেও মোৰ কি দুখ গুচিব? BSB BSB: Even if I speak, my pain is not relieved, and if I hold back, how will it go away?
7 ULB কিন্তু তেওঁ এতিয়া মোৰ ক্লান্ত কৰিলে; তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা। BSB BSB: Surely He has now exhausted me; You have devastated all my family.
8 ULB তুমি মোক আক্ৰমণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; আৰু মোৰ কৃশতাই মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে। BSB BSB: You have bound me, and it has become a witness; my frailty rises up and testifies against me.
9 ULB তেওঁ ক্ৰোধত মোক বিদাৰি পেলালে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; নোৰ শত্ৰূৱে মোৰ অহিতে চকু ৰঙা কৰে। BSB BSB: His anger has torn me and opposed me; He gnashes His teeth at me. My adversary pierces me with His eyes.
10 ULB লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়। BSB BSB: They open their mouths against me and strike my cheeks with contempt; they join together against me.
11 ULB ঈশ্বৰে মোক অধৰ্ম্মীৰ হাতত সমৰ্পণ কৰে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিয়ে। BSB BSB: God has delivered me to unjust men; He has thrown me to the clutches of the wicked.
12 ULB মই শাস্তিৰে আছিলোঁ, কিন্তু তেওঁ মোক ভাঙি ডোখৰ ডোখৰ কৰিলে, এনে কি, মোৰ ডিঙিত ধৰি মোক ঠেকেচিলে; আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে। BSB BSB: I was at ease, but He shattered me; He seized me by the neck and crushed me. He has set me up as His target;
13 ULB তেওঁৰ ধনুৰ্দ্ধৰবিলাকে মোক আগুৰি ধৰে; তেওঁ দয়া নকৰি মোৰ কলিজা বিদাৰে; তেওঁ মোৰ পিত্ত মাটিত ঢালি দিয়ে। BSB BSB: His archers surround me. He pierces my kidneys without mercy and spills my gall on the ground.
14 ULB তেওঁ মোক বিন্ধাৰ ওপৰত বিন্ধা দি ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে। BSB BSB: He breaks me with wound upon wound; He rushes me like a mighty warrior.
15 ULB মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ। BSB BSB: I have sewn sackcloth over my skin; I have buried my horn in the dust.
16 ULB যদিও মোৰ হাতত অত্যচাৰ নাই, আৰু মোৰ প্ৰাথনাও পবিত্ৰ, BSB BSB: My face is red with weeping, and deep shadows ring my eyes;
17 ULB তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে। BSB BSB: yet my hands are free of violence and my prayer is pure.
18 ULB হে পৃথিবী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক। BSB BSB: O earth, do not cover my blood; may my cry for help never be laid to rest.
19 ULB চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ হিওঁতা জনা উচ্চস্থানত আছে। BSB BSB: Even now my witness is in heaven, and my advocate is on high.
20 ULB মোৰ বন্ধুবিলাকেই মোক নিন্দা কৰে; BSB BSB: My friends are my scoffers as my eyes pour out tears to God.
21 ULB কিন্তু ঈশ্বৰে যে ঈশ্বৰৰ বিপুদ্ধে মানুহৰ পক্ষে, আৰু মনুষ্য-সন্তানৰ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে, তাৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, এই নিমিত্তে ঈশ্বৰৰ উদ্দেশে মোৰ চকুলো বৈছে। BSB BSB: Oh, that a man might plead with God as he pleads with his neighbor!
22 ULB কিয়নো মোৰ অলপীয়া বছৰ কেইটা শেষ হৈছেহি; যি বাটেদি গলে উলটি নাহিম, তেনে বাটে যাম। BSB BSB: For when only a few years are past I will go the way of no return.
Select verses for actions: Enter goes to them and Escape comes back.