1 ULB তাতে চুহীয়া বিলদদে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Bildad the Shuhite replied:
2 ULB তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা কব পাৰোঁ। BSB BSB: “How long until you end these speeches? Show some sense, and then we can talk.
3 ULB আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ? আৰু তোমালোকৰ দৃ্টিত আমি নো কেলেই অশুচি হৈছোঁ? BSB BSB: Why are we regarded as cattle, as stupid in your sight?
4 ULB ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিবী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব? BSB BSB: You who tear yourself in anger—should the earth be forsaken on your account, or the rocks be moved from their place?
5 ULB নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নি-শিকাই পোহৰ নিদিব। BSB BSB: Indeed, the lamp of the wicked is extinguished; the flame of his fire does not glow.
6 ULB তাৰ তম্বুত পোহৰেই আন্ধাৰ হব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব। BSB BSB: The light in his tent grows dark, and the lamp beside him goes out.
7 ULB তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব। BSB BSB: His vigorous stride is shortened, and his own schemes trip him up.
8 ULB কিয়নো তাৰ নিজৰ ভৰিয়েই নিজক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে। BSB BSB: For his own feet lead him into a net, and he wanders into its mesh.
9 ULB কুন্দাই তাৰ ভৰিৰ গোৰোৱাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব। BSB BSB: A trap seizes his heel; a snare grips him.
10 ULB তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে। BSB BSB: A noose is hidden in the ground, and a trap lies in his path.
11 ULB কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব। BSB BSB: Terrors frighten him on every side and harass his every step.
12 ULB ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব। BSB BSB: His strength is depleted, and calamity is ready at his side.
13 ULB মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব, BSB BSB: It devours patches of his skin; the firstborn of death devours his limbs.
14 ULB যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হব। BSB BSB: He is torn from the shelter of his tent and is marched off to the king of terrors.
15 ULB তাৰ অসম্পৰ্কীয়বিলাকে তাৰ তম্বুত বাস কৰিব; তাৰ বহতিৰ ঠাইত গন্ধক সিচা হব। BSB BSB: Fire resides in his tent; burning sulfur rains down on his dwelling.
16 ULB তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব। BSB BSB: The roots beneath him dry up, and the branches above him wither away.
17 ULB পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হব, আৰু গাৱেঁ-ভুয়েঁ তাৰ নাম নলব। BSB BSB: The memory of him perishes from the earth, and he has no name in the land.
18 ULB তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব। BSB BSB: He is driven from light into darkness and is chased from the inhabited world.
19 ULB স্বজাতীয়বিলাকৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব। BSB BSB: He has no offspring or posterity among his people, no survivor where he once lived.
20 ULB তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোকবিলাকে বিস্ময় মানিব, আৰু পূবত থকাবিলাকে চিঞৰি উঠিব। BSB BSB: Those in the west are appalled at his fate, while those in the east tremble in horror.
21 ULB নিশ্চয়ে অধৰ্ম্মীৰ বাসস্থান এইৰূপ, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা। BSB BSB: Surely such is the dwelling of the wicked and the place of one who does not know God.”
Select verses for actions: Enter goes to them and Escape comes back.