1 ULB তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে, BSB BSB: Then Job answered:
2 ULB তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, আৰু বাক্যেৰে মোক গুড়ি কৰিবা? BSB BSB: “How long will you torment me and crush me with your words?
3 ULB তোমালোকে এই দহবাৰ মোক অপমান কৰিলা; তোমালোকে যে মোলৈ নিষ্ঠোৰ ব্যৱহাৰ কৰিছা, এয়াতে তোমালোকে লাজ নোপোৱা। BSB BSB: Ten times now you have reproached me; you shamelessly mistreat me.
4 ULB বাস্তৱিকতে মই যদি ভূল কৰিলোঁ, তেন্তে মোৰ সেই ভূল মোতে আছে। BSB BSB: Even if I have truly gone astray, my error concerns me alone.
5 ULB যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্বকৰে, আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা, BSB BSB: If indeed you would exalt yourselves above me and use my disgrace against me,
6 ULB তেন্তে তোমালোকে জানিবা, যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁৰ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে। BSB BSB: then understand that it is God who has wronged me and drawn His net around me.
7 ULB চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে; মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই। BSB BSB: Though I cry out, ‘Violence!’ I get no response; though I call for help, there is no justice.
8 ULB মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, আৰু মোৰ পথ আন্ধাৰ কৰিছে। BSB BSB: He has blocked my way so I cannot pass; He has veiled my paths with darkness.
9 ULB তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে, আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে। BSB BSB: He has stripped me of my honor and removed the crown from my head.
10 ULB তেওঁ মোক কেওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো; তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে, BSB BSB: He tears me down on every side until I am gone; He uproots my hope like a tree.
11 ULB তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; আৰু তেওঁ মোকো তেওঁৰ শত্ৰূবোৰৰ মাজৰ এজন বুলি মানিছে। BSB BSB: His anger burns against me, and He counts me among His enemies.
12 ULB তেওঁৰ সৈন্যদল বিলাকে একেলগে আহি মোৰ অহিতে গড় মাৰিছে, আৰু মোক তম্বুৰ চাৰিওফালে ছাউনি পাতিছে। BSB BSB: His troops advance together; they construct a ramp against me and encamp around my tent.
13 ULB তেওঁ মোৰ ভাই-ককাইবিলাকক মোৰ পৰা দূৰ কৰিলে, আৰু মোৰ চিনাকি লোকবিলাক মোলৈ একেবাৰে অচিনাকি হ’ল। BSB BSB: He has removed my brothers from me; my acquaintances have abandoned me.
14 ULB মোৰ জ্ঞাতি-কুটুম্ববিলাক আঁতৰ হৈছে, আৰু মোৰ প্ৰণয়ৰ বন্ধুবিলাকে মোক পাহৰিলে। BSB BSB: My kinsmen have failed me, and my friends have forgotten me.
15 ULB মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে; মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ। BSB BSB: My guests and maidservants count me as a stranger; I am a foreigner in their sight.
16 ULB মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে; মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ। BSB BSB: I call for my servant, but he does not answer, though I implore him with my own mouth.
17 ULB মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে। BSB BSB: My breath is repulsive to my wife, and I am loathsome to my own family.
18 ULB শিশুবিলাকেও মোক তুচ্ছ কৰে; মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়। BSB BSB: Even little boys scorn me; when I appear, they deride me.
19 ULB মোৰ বিশ্বাসী বন্ধুবিলাকে মোক ঘিণ কৰে, মোৰ প্ৰিয় পাত্ৰবিলাক মোৰ পৰা বিমুখ হ’ল। BSB BSB: All my best friends despise me, and those I love have turned against me.
20 ULB মই হাড়ে-ছালে লাগিলোঁ; মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ। BSB BSB: My skin and flesh cling to my bones; I have escaped by the skin of my teeth.
21 ULB হে মোৰ বন্ধুবিলাক, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে। BSB BSB: Have pity on me, my friends, have pity, for the hand of God has struck me.
22 ULB ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা? আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই? BSB BSB: Why do you persecute me as God does? Will you never get enough of my flesh?
23 ULB অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে, অস্, সেইবোৰ পুথিত তোলা হোৱা হ’লে, BSB BSB: I wish that my words were recorded and inscribed in a book,
24 ULB অস্, সেইবোৰ লোহাৰ লিখনিৰে শিলত লিখি, সীহ ঢালি চিৰকাললৈকে ৰখা হোৱা হ’লে, কেনে ভাল আছিল। BSB BSB: by an iron stylus on lead, or chiseled in stone forever.
25 ULB কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব। BSB BSB: But I know that my Redeemer lives, and in the end He will stand upon the earth.
26 ULB আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম। BSB BSB: Even after my skin has been destroyed, yet in my flesh I will see God.
27 ULB মই নিজেই তেওঁক দেখা পাম, আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত মোৰ হৃদয় ক্ষীণ হৈ গৈছে। BSB BSB: I will see Him for myself; my eyes will behold Him, and not as a stranger. How my heart yearns within me!
28 ULB মোত মূল কথা পোৱা যায় দেখি, “আমি তাক কেনেকৈ তাড়না কৰিম”, এইবুলি যদি তোমালোকে কোৱা, BSB BSB: If you say, ‘Let us persecute him, since the root of the matter lies with him,’
29 ULB তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; কিয়নো ন্যায় বিচাৰ যে এটা আছে, ইয়াক তোমালোকে জানিবৰ নিমিত্তে, ক্ৰোধৰ দ্বাৰাই তৰোৱালৰ দণ্ড ঘটে। BSB BSB: then you should fear the sword yourselves, because wrath brings punishment by the sword, so that you may know there is a judgment.”
Select verses for actions: Enter goes to them and Escape comes back.