1 ULB তেতিয়া নামাথিয়া চোফৰে পুনৰায় উত্তৰ কৰি ক’লে, BSB BSB: Then Zophar the Naamathite replied:
2 ULB মোৰ ভাৱনাই মোৰ অন্তৰত থকা অধৈৰ্য্যৰ কৰাণে, উত্তৰ দিবলৈ মোক উদগাইছে। BSB BSB: “So my anxious thoughts compel me to answer, because of the turmoil within me.
3 ULB মোক লাজ দিয়া উপদেশ মই শুনিলোঁ, তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে। BSB BSB: I have heard a rebuke that insults me, and my understanding prompts a reply.
4 ULB কালৰ আৰম্ভৰে পৰা, পৃথিৱীত মনুষ্যক স্থাপন কৰাৰে পৰা, BSB BSB: Do you not know that from antiquity, since man was placed on the earth,
5 ULB দুষ্টবোৰৰ জয়-ধ্বনি যে অলপকলীয়া, আৰু অধৰ্ম্মীৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে? BSB BSB: the triumph of the wicked has been brief and the joy of the godless momentary?
6 ULB যদি তাৰ মহাত্ম্যই আকাশ পায়গৈ, আৰু তাৰ মুৰ মেঘত লাগে, BSB BSB: Though his arrogance reaches the heavens, and his head touches the clouds,
7 ULB তথাপি সি নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব, যিবিলাকে তাক দেখিছিল, তেওঁবিলাকে সুধিব, সি ক’ত আছে? BSB BSB: he will perish forever, like his own dung; those who had seen him will ask, ‘Where is he?’
8 ULB সি সামাজিকৰ দৰে উড়ি যাব, তাক আৰু পোৱা নাযাব; এনে কি, ৰাতিকালৰ দৰ্শনৰ দৰে সি লুপ্ত হ’ব। BSB BSB: He will fly away like a dream, never to be found; he will be chased away like a vision in the night.
9 ULB যি চকুৱে তাক দেখিছিল সেই চকুৱে তাক আৰু নেদেখিব; তাৰ নিবাসৰ ঠায়ে তাক আৰু দেখা নাপাব। BSB BSB: The eye that saw him will see him no more, and his place will no longer behold him.
10 ULB তাৰ সন্তানবিলাকে দৰিদ্ৰবিলাকৰ পৰা অনুগ্ৰহ বিচাৰিব, আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব। BSB BSB: His sons will seek the favor of the poor, for his own hands must return his wealth.
11 ULB তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ, কিন্তু ইও তাৰ লগত ধূলিত শুব। BSB BSB: The youthful vigor that fills his bones will lie down with him in the dust.
12 ULB যদিও দুষ্টতা তাৰ মুখত সোৱাদ লাগে, যদিও সি জিবাৰ তলত তাক লুকুৱাই ৰাখে, BSB BSB: Though evil is sweet in his mouth and he conceals it under his tongue,
13 ULB যদিও সি ভাল পাই এৰি দিব নুখুজি, তাক তালুত ৰাখি থয়, BSB BSB: though he cannot bear to let it go and keeps it in his mouth,
14 ULB তথাপি, তাৰ আহাৰ পেট পাই বিকৃত হয়, ই তাৰ ভিতৰ কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে। BSB BSB: yet in his stomach his food sours into the venom of cobras within him.
15 ULB সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বঁতিয়াই পেলাব; ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিযাই পেলাব। BSB BSB: He swallows wealth but vomits it out; God will force it from his stomach.
16 ULB সি কালসৰ্পৰ বিষ চুহিব; বিষাল সাপৰ জিবাই তাক বধ কৰিব। BSB BSB: He will suck the poison of cobras; the fangs of a viper will kill him.
17 ULB সি নদীবোৰ দেখা নাপাব, মৌ আৰু দৈ বৈ যোৱা সুঁতিবোৰ নেদেখিব। BSB BSB: He will not enjoy the streams, the rivers flowing with honey and cream.
18 ULB সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব; সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব। BSB BSB: He must return the fruit of his labor without consuming it; he cannot enjoy the profits of his trading.
19 ULB সি দৰিদ্ৰবিলাকক উপদ্ৰৱ আৰু ত্য়াগ কৰিলে;এই হেতুকে, যি ঘৰ সি কাঢ়ি ললে, সেই ঘৰ লি সাজি এঁটাব নোৱাৰিব। BSB BSB: For he has oppressed and forsaken the poor; he has seized houses he did not build.
20 ULB তাৰ পেটৰ কেতিযাও তৃপ্তি নহয়; এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব। BSB BSB: Because his appetite is never satisfied, he cannot escape with his treasure.
21 ULB সি গ্ৰাস নকৰা একোৱেই বাকী নাই; এই কাৰণে তাৰ মঙ্গল চিৰকলীয়া নহ’ব। BSB BSB: Nothing is left for him to consume; thus his prosperity will not endure.
22 ULB তাৰ বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব; দুখতপৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব। BSB BSB: In the midst of his plenty, he will be distressed; the full force of misery will come upon him.
23 ULB সি নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব, আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব। BSB BSB: When he has filled his stomach, God will vent His fury upon him, raining it down on him as he eats.
24 ULB সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব; কিন্তু পিতলৰ ধনুৰ্ব্বাণে তাক সৰকাই পেলাব। BSB BSB: Though he flees from an iron weapon, a bronze-tipped arrow will pierce him.
25 ULB সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে;এনে কি, তাৰ তিৰবিৰোৱা আগ তাৰ পিত্তৰ পৰা বাহিৰ হয়; তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে। BSB BSB: It is drawn out of his back, the gleaming point from his liver. Terrors come over him.
26 ULB তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, মানুহে নধৰা জুয়ে তাক গ্ৰস কৰিব; সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব। BSB BSB: Total darkness is reserved for his treasures. A fire unfanned will consume him and devour what is left in his tent.
27 ULB আকাশ-মণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব, আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব। BSB BSB: The heavens will expose his iniquity, and the earth will rise up against him.
28 ULB তাৰ ঘৰৰ সম্পত্তি উড়ি যাব; ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটাই নিব। BSB BSB: The possessions of his house will be removed, flowing away on the day of God’s wrath.
29 ULB দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাব লগীয়া ভাগ এয়ে, আৰু এয়েই ঈশ্বৰৰ নিৰূপণ কৰা তাৰ অধিকাৰ। BSB BSB: This is the wicked man’s portion from God, the inheritance God has appointed him.”
Select verses for actions: Enter goes to them and Escape comes back.