1 ULB তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Job answered:
2 ULB তোমালোকে মন দি মোৰ কথা শুনা; এয়েই তোমালোকৰ শান্ত্বনা হওক। BSB BSB: “Listen carefully to my words; let this be your consolation to me.
3 ULB অলপ সহন কৰা, ময়েই কওঁ; মিই কোৱাৰ পাছেও তুমি বিদ্ৰূপ কৰি থাকা। BSB BSB: Bear with me while I speak; then, after I have spoken, you may go on mocking.
4 ULB মোৰ বেজাৰৰ কথা জানো মানুহৰ আগত মই নো কিয় অধৈৰ্য্য নহম? BSB BSB: Is my complaint against a man? Then why should I not be impatient?
5 ULB তোমালোকে মোলৈ চাই আচৰিত মানিবা, আৰু মুখত হাত দিবা। BSB BSB: Look at me and be appalled; put your hand over your mouth.
6 ULB মনত পৰিলেই মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে। BSB BSB: When I remember, terror takes hold, and my body trembles in horror.
7 ULB দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়? BSB BSB: Why do the wicked live on, growing old and increasing in power?
8 ULB সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে; সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে। BSB BSB: Their descendants are established around them, and their offspring before their eyes.
9 ULB সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে। BSB BSB: Their homes are safe from fear; no rod of punishment from God is upon them.
10 ULB সিহঁতৰ ভতৰাই সংগম কৰিলে সেয়ে নিষ্ফল নহয়; সিহঁতৰ গাই জগে, বিনচ নকৰে। BSB BSB: Their bulls breed without fail; their cows bear calves and do not miscarry.
11 ULB সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে; আৰু সিহঁতৰ সন্তানবোৰে নাচ্বাগ কৰে। BSB BSB: They send forth their little ones like a flock; their children skip about,
12 ULB সিহঁতে কঞ্জৰী আৰুবীণা বজাই গান কৰে, আৰু বাঁহীৰ শব্দত উল্লেস কৰে। BSB BSB: singing to the tambourine and lyre and making merry at the sound of the flute.
13 ULB সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছে এক নিমিষতে চিয়োললৈ নামি যায়। BSB BSB: They spend their days in prosperity and go down to Sheol in peace.
14 ULB তথাপি সিহঁতে ঈশ্বৰক কয়,“তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ। BSB BSB: Yet they say to God: ‘Leave us alone! For we have no desire to know Your ways.
15 ULB সৰ্ব্বশক্তিমান জনা নো কোন, যে, আমি তেওঁৰ সেৱা কৰিম? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে বা আমাৰ কি লাভ? BSB BSB: Who is the Almighty, that we should serve Him, and what would we gain if we pray to Him?’
16 ULB চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়; দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ। BSB BSB: Still, their prosperity is not in their own hands, so I stay far from the counsel of the wicked.
17 ULB দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে? BSB BSB: How often is the lamp of the wicked put out? Does disaster come upon them? Does God, in His anger, apportion destruction?
18 ULB কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়? BSB BSB: Are they like straw before the wind, like chaff swept away by a storm?
19 ULB তোমালোকে কোৱা,“ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম্ম সাঁচি থয়”। সিয়েই ভোগ কৰিবৰ নিমিত্তে তেওঁ তাকেই প্ৰতিফল দিয়ক। BSB BSB: It is said that God lays up one’s punishment for his children. Let God repay the man himself, so he will know it.
20 ULB তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক। BSB BSB: Let his eyes see his own destruction; let him drink for himself the wrath of the Almighty.
21 ULB কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক? BSB BSB: For what does he care about his household after him, when the number of his months has run out?
22 ULB যি জনাই উৰ্দ্ধবাসীবিলাকৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে? BSB BSB: Can anyone teach knowledge to God, since He judges those on high?
23 ULB সকলো ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকি, কোনোৱে সম্পূৰ্ণ বলত মৰে। BSB BSB: One man dies full of vigor, completely secure and at ease.
24 ULB তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত। BSB BSB: His body is well nourished, and his bones are rich with marrow.
25 ULB আন কোনোৱৈ মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়। BSB BSB: Yet another man dies in the bitterness of his soul, having never tasted prosperity.
26 ULB সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে। BSB BSB: But together they lie down in the dust, and worms cover them both.
27 ULB চোৱা, মই তোমালোকৰ মনৰ ভব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ। BSB BSB: Behold, I know your thoughts full well, the schemes by which you would wrong me.
28 ULB কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত? BSB BSB: For you say, ‘Where now is the nobleman’s house, and where are the tents in which the wicked dwell?’
29 ULB তোমালোকে পথিকবিলাকক সোধা নাই নে? BSB BSB: Have you never asked those who travel the roads? Do you not accept their reports?
30 ULB দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে? BSB BSB: Indeed, the evil man is spared from the day of calamity, delivered from the day of wrath.
31 ULB তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব? আৰু তাৰ কৰ্ম্মৰ প্ৰতিফল তাক কোনে দিব? BSB BSB: Who denounces his behavior to his face? Who repays him for what he has done?
32 ULB তথাপি তাক মৈদামলৈ নিয়া হব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব। BSB BSB: He is carried to the grave, and watch is kept over his tomb.
33 ULB আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব। BSB BSB: The clods of the valley are sweet to him; everyone follows behind him, and those before him are without number.
34 ULB তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে। BSB BSB: So how can you comfort me with empty words? For your answers remain full of falsehood.”
Select verses for actions: Enter goes to them and Escape comes back.