1 ULB তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে, BSB BSB: Then Job answered:
2 ULB এতিয়াও মোৰ কাঁতৰোক্তি বিৰুদ্ধী; মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ। BSB BSB: “Even today my complaint is bitter. His hand is heavy despite my groaning.
4 ULB তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন; BSB BSB: I would plead my case before Him and fill my mouth with arguments.
5 ULB তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোহেঁতেন, আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন। BSB BSB: I would learn how He would answer, and consider what He would say.
6 ULB তেওঁ মহাপৰাক্ৰমেৰে মোৰ লগত জিত কৰিলেহেঁতেন নে? নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন। BSB BSB: Would He contend with me in His great power? No, He would certainly take note of me.
7 ULB তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন; BSB BSB: Then an upright man could reason with Him, and I would be delivered forever from my Judge.
9 ULB তেওঁ কাৰ্য্য কৰা সময়ত মই উত্তৰ ফললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ; তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ। BSB BSB: When He is at work in the north, I cannot behold Him; when He turns to the south, I cannot see Him.
10 ULB কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন। BSB BSB: Yet He knows the way I have taken; when He has tested me, I will come forth as gold.
11 ULB মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ; এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ। BSB BSB: My feet have followed in His tracks; I have kept His way without turning aside.
12 ULB তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰত্কৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ। BSB BSB: I have not departed from the command of His lips; I have treasured the words of His mouth more than my daily bread.
13 ULB কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে। BSB BSB: But He is unchangeable, and who can oppose Him? He does what He desires.
14 ULB মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব; আৰু এনে অনেক কথা তেওঁৰ মনত আছে। BSB BSB: For He carries out His decree against me, and He has many such plans.
15 ULB এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ। BSB BSB: Therefore I am terrified in His presence; when I consider this, I fear Him.
16 ULB কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে; BSB BSB: God has made my heart faint; the Almighty has terrified me.
17 ULB কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ। BSB BSB: Yet I am not silenced by the darkness, by the thick darkness that covers my face.
Select verses for actions: Enter goes to them and Escape comes back.