1 ULB পাছে ইয়োবে আকৌ কথা উত্থাপন কৰি কলে, BSB BSB: And Job continued his discourse:
2 ULB অস, আগৰ মাহ কেইটাত, যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল, BSB BSB: “How I long for the months gone by, for the days when God watched over me,
3 ULB যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, সেই কালত মই যেনেকৈ আছিলোঁ, BSB BSB: when His lamp shone above my head, and by His light I walked through the darkness,
4 ULB যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল, BSB BSB: when I was in my prime, when the friendship of God rested on my tent,
5 ULB সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল, আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল, BSB BSB: when the Almighty was still with me and my children were around me,
6 ULB যি কালত মই গাখীৰৰ ওপৰত্হে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল! BSB BSB: when my steps were bathed in cream and the rock poured out for me streams of oil!
7 ULB যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈ, চকত মোৰ আসন যুগুত কৰিছিলোঁ, BSB BSB: When I went out to the city gate and took my seat in the public square,
8 ULB তেতিয়া ডেকাবিলাকে মোক দেখি লুকাইছিল, আৰু বৃদ্ধবিলাক উঠি থিয় হৈছিল; BSB BSB: the young men saw me and withdrew, and the old men rose to their feet.
9 ULB প্ৰধান লোকবিলাকে কথা কবলৈ এৰি, নিজ নিজ মোখত হাত দিছিল; BSB BSB: The princes refrained from speaking and covered their mouths with their hands.
10 ULB ডাঙৰীয়াবিলাকে তলুত জিবা লগাই মনে মনে আছিল। BSB BSB: The voices of the nobles were hushed, and their tongues stuck to the roofs of their mouths.
11 ULB কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল। BSB BSB: For those who heard me called me blessed, and those who saw me commended me,
12 ULB কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ। BSB BSB: because I rescued the poor who cried out and the fatherless who had no helper.
13 ULB বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ। BSB BSB: The dying man blessed me, and I made the widow’s heart sing for joy.
14 ULB মই ধাৰ্ম্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্ম্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল। BSB BSB: I put on righteousness, and it clothed me; justice was my robe and my turban.
15 ULB মই অন্ধৰ চকু আৰু খোৰাৰ ভৰি আছিলোঁ। BSB BSB: I served as eyes to the blind and as feet to the lame.
16 ULB মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ। BSB BSB: I was a father to the needy, and I took up the case of the stranger.
17 ULB মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো। BSB BSB: I shattered the fangs of the unjust and snatched the prey from his teeth.
18 ULB তেতিয়া মই ভাবিছিলোঁ, যে মই নিজ বাহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হব; BSB BSB: So I thought: ‘I will die in my nest and multiply my days as the sand.
19 ULB আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব; BSB BSB: My roots will spread out to the waters, and the dew will rest nightly on my branches.
20 ULB মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব। BSB BSB: My glory is ever new within me, and my bow is renewed in my hand.’
21 ULB লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল। BSB BSB: Men listened to me with expectation, waiting silently for my counsel.
22 ULB মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল; মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল। BSB BSB: After my words, they spoke no more; my speech settled on them like dew.
23 ULB বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল। BSB BSB: They waited for me as for rain and drank in my words like spring showers.
24 ULB সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে। BSB BSB: If I smiled at them, they did not believe it; the light of my countenance was precious.
25 ULB মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, আৰু সৈন্যদলৰ মাজত যেনে ৰজা, তেনেকৈ থাকিছিলোঁ, আৰু শোকাতুৰবিলাকৰ মাজত শান্ত্বনাকাৰী যেনে, তেনেকৈ আছিলোঁ। BSB BSB: I chose their course and presided as chief. So I dwelt as a king among his troops, as a comforter of the mourners.
Select verses for actions: Enter goes to them and Escape comes back.