1 ULB কিন্তু এতিয়া, যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে। BSB BSB: “But now they mock me, men younger than I am, whose fathers I would have refused to put with my sheep dogs.
2 ULB যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব? BSB BSB: What use to me was the strength of their hands, since their vigor had left them?
3 ULB সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়। BSB BSB: Gaunt from poverty and hunger, they gnawed the dry land, and the desolate wasteland by night.
4 ULB আৰু জোপোহাৰ কাষত সাহঁতে মল্লু শাক ছিঙে, আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু। BSB BSB: They plucked mallow among the shrubs, and the roots of the broom tree were their food.
5 ULB সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; চোৰৰ পাছে পাছে চিঞৰাৰ দৰে, লোকে সিহঁতৰ পাখতো চিঞৰে। BSB BSB: They were banished from among men, shouted at like thieves,
6 ULB সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাঁতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়। BSB BSB: so that they lived on the slopes of the wadis, among the rocks and in holes in the ground.
7 ULB সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, আৰু কাঁইট গছৰ তলত গোট খায়। BSB BSB: They cried out among the shrubs and huddled beneath the nettles.
8 ULB সিহঁত মূৰ্খৰ সন্তান, এনে কি, নীহ মানুহৰ সন্তুতি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল। BSB BSB: A senseless and nameless brood, they were driven off the land.
9 ULB এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, এনে কি, সিহঁতৰ গল্পৰ বিষয়ো হৈছো। BSB BSB: And now they mock me in song; I have become a byword among them.
10 ULB সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা নিলগে থকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে। BSB BSB: They abhor me and keep far from me; they do not hesitate to spit in my face.
11 ULB কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দি মোক দুখ দিলে; সেই নিমিত্তে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে। BSB BSB: Because God has unstrung my bow and afflicted me, they have cast off restraint in my presence.
12 ULB মোৰ সোফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে। BSB BSB: The rabble arises at my right; they lay snares for my feet and build siege ramps against me.
13 ULB সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; নি:সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে। BSB BSB: They tear up my path; they profit from my destruction, with no one to restrain them.
14 ULB গড় ভাঙি উলিোৱা বহল বাটেদি যেনেকৈ শত্ৰূ আহে, সিহংতো তেনেকৈ আহে; সিহঁতে সেই ভঙাইদি সোমাই মোক আক্ৰমণ কৰে। BSB BSB: They advance as through a wide breach; through the ruins they keep rolling in.
15 ULB নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে। BSB BSB: Terrors are turned loose against me; they drive away my dignity as by the wind, and my prosperity has passed like a cloud.
16 ULB সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে। BSB BSB: And now my soul is poured out within me; days of affliction grip me.
17 ULB ৰাতি মোৰ হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়। BSB BSB: Night pierces my bones, and my gnawing pains never rest.
18 ULB ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে। BSB BSB: With great force He grasps my garment; He seizes me by the collar of my tunic.
19 ULB ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধুলি আৰু ছাই যেন হৈছোঁ। BSB BSB: He throws me into the mud, and I have become like dust and ashes.
20 ULB মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন। BSB BSB: I cry out to You for help, but You do not answer; when I stand up, You merely look at me.
21 ULB তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা, BSB BSB: You have ruthlessly turned on me; You oppose me with Your strong hand.
22 ULB তুমি মোক বতাহত তুলি দি ফুৰাইছা, আৰু ধুমুহাত মোক লীন নিয়াইছা। BSB BSB: You snatch me up into the wind and drive me before it; You toss me about in the storm.
23 ULB কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা। BSB BSB: Yes, I know that You will bring me down to death, to the place appointed for all the living.
24 ULB তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে? BSB BSB: Yet no one stretches out his hand against a ruined man when he cries for help in his distress.
25 ULB দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে? BSB BSB: Have I not wept for those in trouble? Has my soul not grieved for the needy?
26 ULB মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গল্হে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধৰহে হল। BSB BSB: But when I hoped for good, evil came; when I looked for light, darkness fell.
27 ULB মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্তিত হৈছে। BSB BSB: I am churning within and cannot rest; days of affliction confront me.
28 ULB মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ। BSB BSB: I go about blackened, but not by the sun. I stand up in the assembly and cry for help.
29 ULB মই শিয়ালবোৰৰ ভাই আৰু উট পক্ষীৰ বন্ধু হলো। BSB BSB: I have become a brother of jackals, a companion of ostriches.
30 ULB মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে। BSB BSB: My skin grows black and peels, and my bones burn with fever.
31 ULB সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দন কাৰীবিলাকৰ মাত হৈছে। BSB BSB: My harp is tuned to mourning and my flute to the sound of weeping.
Select verses for actions: Enter goes to them and Escape comes back.