1 ULB মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ? BSB BSB: “I have made a covenant with my eyes. How then could I gaze with desire at a virgin?
2 ULB কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি? BSB BSB: For what is the allotment of God from above, or the heritage from the Almighty on high?
3 ULB সেয়ে জানো অধৰ্ম্মিবোৰৰ নিমিত্তে আপদ, আৰু কু-কৰ্ম্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়? BSB BSB: Does not disaster come to the unjust and calamity to the workers of iniquity?
4 ULB তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে? BSB BSB: Does He not see my ways and count my every step?
5 ULB মই যদি মিছাত চলিলোঁ, আৰু মোৰ ভৰি প্ৰবঞ্চনা-পথলৈ লৰ ধৰিলে, BSB BSB: If I have walked in falsehood or my foot has rushed to deceit,
6 ULB (ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, মোক ঠিক তৰ্জুত জোখক;) BSB BSB: let God weigh me with honest scales, that He may know my integrity.
7 ULB মই যদি অবাটে খোজ চলালোঁ, মোৰ মন যদি চকুৰ পাছে পাছে চলিল, আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে, BSB BSB: If my steps have turned from the path, if my heart has followed my eyes, or if impurity has stuck to my hands,
8 ULB তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক। BSB BSB: then may another eat what I have sown, and may my crops be uprooted.
9 ULB মই যদি পৰৰ তিৰোতাত মোহ গলোঁ, আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ, BSB BSB: If my heart has been enticed by my neighbor’s wife, or I have lurked at his door,
10 ULB তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক, আৰু অন্য লোকে তাইক ভোগ কৰক। BSB BSB: then may my own wife grind grain for another, and may other men sleep with her.
11 ULB কিয়নো সেয়ে গৰ্হিত কাৰ্য্য, আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ; BSB BSB: For that would be a heinous crime, an iniquity to be judged.
12 ULB কাৰণ সেয়ে বিনাশৰ গাঁতলৈকে গহি থকা অগ্নি; সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন। BSB BSB: For it is a fire that burns down to Abaddon; it would root out my entire harvest.
13 ULB মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ, BSB BSB: If I have rejected the cause of my manservant or maidservant when they made a complaint against me,
14 ULB তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম? BSB BSB: what will I do when God rises to judge? How will I answer when called to account?
15 ULB মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই? BSB BSB: Did not He who made me in the womb also make them? Did not the same One form us in the womb?
16 ULB মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ, BSB BSB: If I have denied the desires of the poor or allowed the widow’s eyes to fail,
17 ULB যদি বা মোৰ খোৱা মুঠি অকলেই খালো, আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে, BSB BSB: if I have eaten my morsel alone, not sharing it with the fatherless—
18 ULB (এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক;) BSB BSB: though from my youth I reared him as would a father, and from my mother’s womb I guided the widow—
19 ULB যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ, বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ, BSB BSB: if I have seen one perish for lack of clothing, or a needy man without a cloak,
20 ULB তাৰ কঁকালে যদি মোক আশীৰ্ব্বাদ নকৰালে, আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফম নাপালে, BSB BSB: if his heart has not blessed me for warming him with the fleece of my sheep,
21 ULB আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি, যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ, BSB BSB: if I have lifted up my hand against the fatherless because I saw that I had support in the gate,
22 ULB তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক, আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক। BSB BSB: then may my arm fall from my shoulder and be torn from its socket.
23 ULB কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম্ম কৰিব নোৱাৰিলোঁ, BSB BSB: For calamity from God terrifies me, and His splendor I cannot overpower.
24 ULB মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ, BSB BSB: If I have put my trust in gold or called pure gold my security,
25 ULB মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ, BSB BSB: if I have rejoiced in my great wealth because my hand had gained so much,
26 ULB মই সুৰ্য্যক দীপ্তি দিয়া, বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি, BSB BSB: if I have beheld the sun in its radiance or the moon moving in splendor,
27 ULB যদি মোৰ মন গুপুতে মোহ গল, আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে, BSB BSB: so that my heart was secretly enticed and my hand threw a kiss from my mouth,
28 ULB তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন; কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন। BSB BSB: this would also be an iniquity to be judged, for I would have denied God on high.
29 ULB মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, আৰু সি দুৰ্দ্দশাত পৰা দিখি মই উল্লাস হলোঁ, BSB BSB: If I have rejoiced in my enemy’s ruin, or exulted when evil befell him—
30 ULB (এনে নহয়, তাক মৰাবলৈ শাও দি মোৰ মুখকো পাপ কৰিবলৈ দিয়া নাই;) BSB BSB: I have not allowed my mouth to sin by asking for his life with a curse—
31 ULB তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এই বুলি মোৰ তম্বুৰ মানুহবিলাকে যদি কোৱা নাই, BSB BSB: if the men of my house have not said, ‘Who is there who has not had his fill?’—
32 ULB (বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ,) BSB BSB: but no stranger had to lodge on the street, for my door has been open to the traveler—
33 ULB মই অনেক লোকসমুহক ভয় কৰাৰ, আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ, BSB BSB: if I have covered my transgressions like Adam by hiding my guilt in my heart,
34 ULB নিজ হিয়াত মোৰ অধৰ্ম্ম লুকুৱাই ৰাখি, যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাদ ঢাকি থলোঁ,- BSB BSB: because I greatly feared the crowds and the contempt of the clans terrified me, so that I kept silent and would not go outside—
35 ULB অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! (চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক;) অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল! BSB BSB: (Oh, that I had one to hear me! Here is my signature. Let the Almighty answer me; let my accuser compose an indictment.
36 ULB অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন, আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন, BSB BSB: Surely I would carry it on my shoulder and wear it like a crown.
37 ULB তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন, আৰু ৰাজকুৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন। BSB BSB: I would give account of all my steps; I would approach Him like a prince.)—
38 ULB মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞৰ মাৰে, আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে, BSB BSB: if my land cries out against me and its furrows weep together,
39 ULB মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ, বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ, BSB BSB: if I have devoured its produce without payment or broken the spirit of its tenants,
40 ULB তেন্তে মোৰ ঘেঁহুৰ সলনি কাঁইট, আৰু যবৰ সলনি বন গজক। ইয়োবৰ বাক্য সমাপ্ত। BSB BSB: then let briers grow instead of wheat and stinkweed instead of barley.” Thus conclude the words of Job.
Select verses for actions: Enter goes to them and Escape comes back.