2 ULB যিজনে এই জ্ঞানশূণ্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন? BSB BSB: “Who is this who obscures My counsel by words without knowledge?
3 ULB তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা। BSB BSB: Now brace yourself like a man; I will question you, and you shall inform Me.
5 ULB কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা। BSB BSB: Who fixed its measurements? Surely you know! Or who stretched a measuring line across it?
6 ULB যি কালত প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, আৰু ঈশ্বৰৰ সকলো সন্তানবিলাকে জয়ধ্বনি কৰিছিল, BSB BSB: On what were its foundations set, or who laid its cornerstone,
7 ULB সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল? বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে? BSB BSB: while the morning stars sang together and all the sons of God shouted for joy?
8 ULB গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, BSB BSB: Who enclosed the sea behind doors when it burst forth from the womb,
9 ULB যেতিয়া মই মেঘত তাৰ বস্ত্ৰস্বৰূপ কৰিছিলো, আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলো, BSB BSB: when I made the clouds its garment and thick darkness its blanket,
10 ULB আৰু যেতিয়া মই তাৰ নিমিত্তে মোৰ বিধি নিৰূপণ কৰিছিলোঁ, ডাং আৰু দুৱাৰ লগাই কৈছিলো, BSB BSB: when I fixed its boundaries and set in place its bars and doors,
11 ULB তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়, ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব, তেতিয়া দুৱাৰেৰে সমুদ্ৰ কোনো বন্ধ কৰিলে? BSB BSB: and I declared: ‘You may come this far, but no farther; here your proud waves must stop’?
12 ULB পৃথিবীৰ চাৰিও চুক ধৰি তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাবলৈ, BSB BSB: In your days, have you commanded the morning or assigned the dawn its place,
13 ULB তোমাৰ জীৱনৰ কালত কেতিয়াবা তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে? BSB BSB: that it might spread to the ends of the earth and shake the wicked out of it?
14 ULB ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়, আৰু সকলো বস্তু এনেকৈ প্ৰকাশ পায় যেন এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰহে; BSB BSB: The earth takes shape like clay under a seal; its hills stand out like the folds of a garment.
15 ULB আৰু দুষ্টবোৰৰ পোহৰ সিহঁতৰ পৰা গুচোৱা হয়, আৰু উৰ্ধবাহু ভগ্ন হয়। BSB BSB: Light is withheld from the wicked, and their upraised arm is broken.
16 ULB তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা? বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা? BSB BSB: Have you journeyed to the vents of the sea or walked in the trenches of the deep?
17 ULB মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে? বা মৃত্যু ছায়াৰ দুৱাৰ দেখিছিলা নে? BSB BSB: Have the gates of death been revealed to you? Have you seen the gates of the shadow of death?
18 ULB তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে? এই সকলো যদি জানা, তেন্তে কোৱা। BSB BSB: Have you surveyed the extent of the earth? Tell Me, if you know all this.
19 ULB পোহৰ থকা ঠাইলৈ যোৱা বাট, আৰু আন্ধাৰৰেই ঠাই ক’ত, যে, BSB BSB: Where is the way to the home of light? Do you know where darkness resides,
20 ULB তুমি তাৰ বাট ধৰি তাৰ সীমালৈ যাব পাৰা, বা তাৰ ঘৰৰ বাট চিনিব পাৰা? BSB BSB: so you can lead it back to its border? Do you know the paths to its home?
21 ULB তুমি জানিছা হবলা, কিয়নো তেতিয়া তুমি উপজিছিলা, আৰু তোমাৰ দিনৰ সংখ্যা অধিক। BSB BSB: Surely you know, for you were already born! And the number of your days is great!
22 ULB সঙ্কটৰ কালৰ নিমিত্তে আৰু ৰণ বা যুদ্ধ দিনৰ নিমিত্তে, মই যি হিম আৰু শিলা বৃষ্টি সাঁচি থৈছিলোঁ, BSB BSB: Have you entered the storehouses of snow or observed the storehouses of hail,
23 ULB সেই হিমৰ ভঁৰালত তুমি সোমাইছিলা নে? তুমি সেই শিলৰ ভঁৰাল দেখিছিলা নে? BSB BSB: which I hold in reserve for times of trouble, for the day of war and battle?
24 ULB কি নিয়মেৰে পোহৰ ভাগবতা হৈছে, আৰু কি নিয়মেৰে পুবৰ বায়ু পৃথিবীত ব্যপ্ত হৈছে? BSB BSB: In which direction is the lightning dispersed, or the east wind scattered over the earth?
25 ULB নিৰ্জ্জন দেশত বৰষাবলৈ, আৰু মানুহ নথকা অৰণ্যত বৰষুণ দিবলৈ, BSB BSB: Who cuts a channel for the flood or clears a path for the thunderbolt,
26 ULB পতিত আৰু উচ্ছন্ন ভুমিক তৃপ্ত কৰিবলৈ, আৰু কুমলীয়া ঘাঁহবোৰ গঁজাবলৈ, BSB BSB: to bring rain on a barren land, on a desert where no man lives,
27 ULB পানী ঢলৰ নিমিত্তে নলা, বা মেঘ-গৰ্জ্জনৰ লগৰ বিজুলীৰ নিমিত্তে বাট কোনে কাটিলে? BSB BSB: to satisfy the parched wasteland and make it sprout with tender grass?
28 ULB বৃষ্টিৰ জানো পিতৃ আছে?বা নিয়ৰৰ বিন্দু সমুহ জানো কোনোবাই প্ৰসৱ কৰিলে? BSB BSB: Does the rain have a father? Who has begotten the drops of dew?
29 ULB কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? আৰু আকাশৰ গোট বন্ধা নিয়ঁৰ কাৰ ঔৰসত জন্ম পালে? BSB BSB: From whose womb does the ice emerge? Who gives birth to the frost from heaven,
30 ULB জলসমুহ জমি শিলৰ নিচিনা হয়, আৰু অগাধ জলৰ ওপৰ ভাগ গোট বান্ধে; BSB BSB: when the waters become hard as stone and the surface of the deep is frozen?
31 ULB তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা? বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা? BSB BSB: Can you bind the chains of the Pleiades or loosen the belt of Orion?
32 ULB আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা? BSB BSB: Can you bring forth the constellations in their seasons or lead out the Bear and her cubs?
33 ULB তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে? BSB BSB: Do you know the laws of the heavens? Can you set their dominion over the earth?
34 ULB ঢল পানীৰে তোমাক ঢাকিবৰ নিমিত্তে তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে? BSB BSB: Can you command the clouds so that a flood of water covers you?
35 ULB তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? সেইবোৰে জানো তোমাক ক’ব, যে, এইয়া আমি? BSB BSB: Can you send the lightning bolts on their way? Do they report to you, ‘Here we are’?
36 ULB ঘন মেঘক কোনে জ্ঞান দিলে? পপীয়া তৰা কোনে বুদ্ধি দিলে? BSB BSB: Who has put wisdom in the heart or given understanding to the mind?
37 ULB কোনে মেঘ সমুহক গণনা কৰিব পাৰে? BSB BSB: Who has the wisdom to count the clouds? Or who can tilt the water jars of the heavens
38 ULB যেতিয়া ধুলিবোৰ বৈ গৈ গোট খায়, আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে? BSB BSB: when the dust hardens into a mass and the clods of earth stick together?
40 ULB যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে, আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে? BSB BSB: when they crouch in their dens and lie in wait in the thicket?
41 ULB যেতিয়া ঢোঁৰা কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ নিমিত্তে কোনো আহাৰ যোগায়? BSB BSB: Who provides food for the raven when its young cry out to God as they wander about for lack of food?
Select verses for actions: Enter goes to them and Escape comes back.