1 ULB তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা? আৰু মৃগীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ কব পাৰা? BSB BSB: “Do you know when mountain goats give birth? Have you watched the doe bear her fawn?
2 ULB সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে? বা সিহঁতে জগোৱা সময় তুমি জানা নে? BSB BSB: Can you count the months they are pregnant? Do you know the time they give birth?
3 ULB সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়, আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়। BSB BSB: They crouch down and bring forth their young; they deliver their newborn.
4 ULB সিহঁতৰ পোৱালিবোৰ নোকোহা হয়, অৰণ্যতে ডাঙৰ-দীঘল হৈ গুচি যায়; সিহঁতৰ ওচৰলৈ আৰু উভটি নাহে। BSB BSB: Their young ones thrive and grow up in the open field; they leave and do not return.
5 ULB বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? বা কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে? BSB BSB: Who set the wild donkey free? Who released the swift donkey from the harness?
6 ULB মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ, আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলো। BSB BSB: I made the wilderness his home and the salt flats his dwelling.
7 ULB সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে, আৰু চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়। BSB BSB: He scorns the tumult of the city and never hears the shouts of a driver.
8 ULB পৰ্ব্বতশ্ৰেণী তাৰ চৰা ঠাই; সি সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে। BSB BSB: He roams the mountains for pasture, searching for any green thing.
9 ULB মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? বা তোমাৰ দানা-পাত্ৰৰ ওচৰত থাকিব নে? BSB BSB: Will the wild ox consent to serve you? Will he stay by your manger at night?
10 ULB তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে? বা সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে? BSB BSB: Can you hold him to the furrow with a harness? Will he plow the valleys behind you?
11 ULB তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে? বা তোমাৰ কাম তাক গটাই দিবা নে? BSB BSB: Can you rely on his great strength? Will you leave your hard work to him?
12 ULB সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, আৰু তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে? BSB BSB: Can you trust him to bring in your grain and gather it to your threshing floor?
13 ULB উট চৰাইৰ ডেউকাই উল্লাস কৰে, কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে? BSB BSB: The wings of the ostrich flap joyfully, but cannot match the pinions and feathers of the stork.
14 ULB তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়, আৰু ধুলিত উম পাবলৈ দিয়ে। BSB BSB: For she leaves her eggs on the ground and lets them warm in the sand.
15 ULB কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে। BSB BSB: She forgets that a foot may crush them, or a wild animal may trample them.
16 ULB পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে, আৰু কণী পৰা বিফল হলেওতাই মনত দুখ নাপায়। BSB BSB: She treats her young harshly, as if not her own, with no concern that her labor was in vain.
17 ULB কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে, আৰু তাইক বুদ্ধিৰ ভাগো নিদিলে। BSB BSB: For God has deprived her of wisdom; He has not endowed her with understanding.
18 ULB কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে। BSB BSB: Yet when she proudly spreads her wings, she laughs at the horse and its rider.
19 ULB ঘোঁৰাক জানো তুমি বল দিলা? বা লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা? BSB BSB: Do you give strength to the horse or adorn his neck with a mane?
20 ULB তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা? তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক। BSB BSB: Do you make him leap like a locust, striking terror with his proud snorting?
21 ULB সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে, সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়। BSB BSB: He paws in the valley and rejoices in his strength; he charges into battle.
22 ULB সি ভয়ক হাঁহে, আৰু ত্ৰাস নাপায়; আৰু তৰোৱালৰ মুখ পৰা নোলটে। BSB BSB: He laughs at fear, frightened of nothing; he does not turn back from the sword.
23 ULB তূণে তাৰ বিৰুদ্ধে শব্দ কৰে; চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে। BSB BSB: A quiver rattles at his side, along with a flashing spear and lance.
24 ULB সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে; তাৰ শিঙা-ধ্বনি শুনিলে, সি থিৰে থিয় হৈ নাথাকে। BSB BSB: Trembling with excitement, he devours the distance; he cannot stand still when the ram’s horn sounds.
25 ULB শিঙা ধ্বনিৰ লগে লগে সি হিঁ হিঁ শব্দ কৰে; সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়, আৰু সেনাপতিবিলাকৰ গৰ্জ্জন আৰু সিংহনাদ শুনে। BSB BSB: At the blast of the horn, he snorts with fervor. He catches the scent of battle from afar, the shouts of captains and the cry of war.
26 ULB তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে, আৰু দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে? BSB BSB: Does the hawk take flight by your understanding and spread his wings toward the south?
27 ULB কুৰৰ পক্ষীয়ে জানো তোমাৰ আজ্ঞাতে ওপৰলৈ উঠে, আৰু অতি ওখ ঠাইত বাহ সাজে? BSB BSB: Does the eagle soar at your command and make his nest on high?
28 ULB সি শিলত বাস কৰে, তাতেই তাৰ বাহ; সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে। BSB BSB: He dwells on a cliff and lodges there; his stronghold is on a rocky crag.
29 ULB সেই ঠাইৰে পৰা সি আহাৰ মনে; তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে। BSB BSB: From there he spies out food; his eyes see it from afar.
30 ULB তাৰ পোৱালিবোৰে তেজ পিয়ে; য‘তে বধ কৰা শৱ, ত’তে সিও। BSB BSB: His young ones feast on blood; and where the slain are, there he is.”
Select verses for actions: Enter goes to them and Escape comes back.