1 ULB তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিবা বান্ধিব পাৰা? BSB BSB: “Can you pull in Leviathan with a hook or tie down his tongue with a rope?
2 ULB তুমি তাৰ নাকত নাকী লগাব পাৰা নে?আৰু বৰশীৰে তাৰ কেৱাৰি বিন্ধিব পাৰা নে? BSB BSB: Can you put a cord through his nose or pierce his jaw with a hook?
3 ULB সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাঁকুতি কৰিব? বা তোমাক কোমল কথা জানো ক’ব? BSB BSB: Will he beg you for mercy or speak to you softly?
4 ULB তুমি যেন চিৰকাললৈকে তাক তোমাৰ দাস বুলি ল’বা, এই নিমিত্তে সি তোমাৰ লগত এটি নিয়ম কৰিব নে? BSB BSB: Will he make a covenant with you to take him as a slave for life?
5 ULB চৰাই এটিৰ লগত ওমলাৰ দৰেতাৰ লগতো তুমি উমলিবা? বা তোমাৰ যুৱতীবোৰৰ নিমিত্তে তুমি তাক বান্ধি ৰাখিবা নে? BSB BSB: Can you pet him like a bird or put him on a leash for your maidens?
6 ULB মাছ-মৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব? BSB BSB: Will traders barter for him or divide him among the merchants?
7 ULB তুমি জানো তাৰ ছাল শেলেৰে, আৰু তাৰ মুৰ মাছ খোঁচা কোলেৰে পুৰ কৰিব পাৰা? BSB BSB: Can you fill his hide with harpoons or his head with fishing spears?
8 ULB তাৰ গাত হাত দি চাবাচোন; দিলে, সেই যুঁজলৈ সুঁৱৰি আকৌ তেনে নকৰিবা। BSB BSB: If you lay a hand on him, you will remember the battle and never repeat it!
9 ULB চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? তাক দেখিলেই মানুহ পৰি নাযাব নে? BSB BSB: Surely hope of overcoming him is false. Is not the sight of him overwhelming?
10 ULB তাক জোকাব পৰা এনে সাহিয়াল কোনো নাই; তেন্তে মোৰ আগত থিয় হব পৰা কোন আছে? BSB BSB: No one is so fierce as to rouse Leviathan. Then who is able to stand against Me?
11 ULB মই যে প্ৰত্যুপকাৰ কৰিম, আগেয়ে মোক কোনে উপকাৰ কৰিছিল? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই। BSB BSB: Who has given to Me that I should repay him? Everything under heaven is Mine.
12 ULB তাৰ অঙ্গ-প্ৰত্যঙ্গৰ বিষয়ে মই মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ। BSB BSB: I cannot keep silent about his limbs, his power and graceful form.
13 ULB তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? আৰু তাৰ দাঁত দুপাৰিৰ মাজলৈ কোনে সোমাব পাৰে? BSB BSB: Who can strip off his outer coat? Who can approach him with a bridle?
14 ULB তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে। BSB BSB: Who can open his jaws, ringed by his fearsome teeth?
15 ULB তাৰ টান বাকলিবোৰে তাৰ অহঙ্কাৰৰ মুল; সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগা আছে। BSB BSB: His rows of scales are his pride, tightly sealed together.
16 ULB সেইবোৰ এনে লগালগি, যে, তাৰ ভিতৰলৈ বায়ু সোমাব নোৱাৰে। BSB BSB: One scale is so near to another that no air can pass between them.
17 ULB সেইবোৰ ইটোৱে সিটোৱে সংযুক্ত, আৰু একেলগে সংলগ্ন; সেইবোৰক পৃথক কৰিব নোৱাৰি। BSB BSB: They are joined to one another; they clasp and cannot be separated.
18 ULB তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে, আৰু তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা। BSB BSB: His snorting flashes with light, and his eyes are like the rays of dawn.
19 ULB তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়, আৰু জুইৰ ফিৰিঙটি ওলায়। BSB BSB: Firebrands stream from his mouth; fiery sparks shoot forth!
20 ULB যেনেকৈ উতলি থকা টৌৰ পৰা ভাপ, আৰু পুৰি থকা খাগৰিৰ পৰা ধুঁৱা ওলায়। BSB BSB: Smoke billows from his nostrils as from a boiling pot over burning reeds.
21 ULB তাৰ নিশ্বাসে এঙাৰ জ্বলায়, আৰু তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়। BSB BSB: His breath sets coals ablaze, and flames pour from his mouth.
22 ULB তাৰ ডিঙিত বল থাকে, আৰু ত্ৰাসে তাৰ আগত নাচি থাকে। BSB BSB: Strength resides in his neck, and dismay leaps before him.
23 ULB তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি। BSB BSB: The folds of his flesh are tightly joined; they are firm and immovable.
24 ULB তাৰ কলডিল শিলৰ নিচিনা টান, এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান। BSB BSB: His chest is as hard as a rock, as hard as a lower millstone!
25 ULB সি উঠিলে বলৱান বিলাকেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়। BSB BSB: When Leviathan rises up, the mighty are terrified; they withdraw before his thrashing.
26 ULB যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেনেহলে তাৰ একো নহব, বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব। BSB BSB: The sword that reaches him has no effect, nor does the spear or dart or arrow.
27 ULB সি লোহাক খেৰ যেন মানে, আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে। BSB BSB: He regards iron as straw and bronze as rotten wood.
28 ULB ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; ফিঙ্গাৰ শিল তাৰ আগত তুঁহ যেন হে পৰে। BSB BSB: No arrow can make him flee; slingstones become like chaff to him.
29 ULB সি গদাক ঘুলা যেন মানে, আৰু বৰছাৰ শব্দত সি হাঁহে, BSB BSB: A club is regarded as straw, and he laughs at the sound of the lance.
30 ULB তাৰ তল ভাগ ঘাৰ থকা খোলাৰ নিচিনা; সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়। BSB BSB: His undersides are jagged potsherds, spreading out the mud like a threshing sledge.
31 ULB সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে। BSB BSB: He makes the depths seethe like a cauldron; he makes the sea like a jar of ointment.
32 ULB সি নিজৰ পাছত বাট চিকমিকীয়া কৰে, আৰু অগাধ জল পকাচুলীয়া যেন বোধ হয়। BSB BSB: He leaves a glistening wake behind him; one would think the deep had white hair!
33 ULB ভয়হীনকৈ স্ৰজা তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই। BSB BSB: Nothing on earth is his equal—a creature devoid of fear!
34 ULB সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহঙ্কাৰী প্ৰাণীৰ ওপৰত ৰজা। BSB BSB: He looks down on all the haughty; he is king over all the proud.”
Select verses for actions: Enter goes to them and Escape comes back.