1 ULB তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে, BSB BSB: Then Job replied to the LORD:
2 ULB মই জানো, যে, তুমি সকলোকে কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়। BSB BSB: “I know that You can do all things and that no plan of Yours can be thwarted.
3 ULB এই যি জনে বিনাজ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখে, এইটো কোন? সেইদৰে কৰি, মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ। BSB BSB: You asked, ‘Who is this who conceals My counsel without knowledge?’ Surely I spoke of things I did not understand, things too wonderful for me to know.
4 ULB মিনতি কৰোঁ, শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা। BSB BSB: You said, ‘Listen now, and I will speak. I will question you, and you shall inform Me.’
5 ULB পুৰ্ব্বে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলো। BSB BSB: My ears had heard of You, but now my eyes have seen You.
6 ULB এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰিু ছাঁইত বহি মই খেদ কৰিছোঁ। BSB BSB: Therefore I despise myself, and I repent in dust and ashes.”
8 ULB এই হেতুকে তোমালোকে সাতোটা ভঁতৰা, আৰু সাতোঁটা মতা মেৰ লৈ, মোৰ দাস ইয়োবৰ ওচৰল গৈ নিজৰ নিমিত্তে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিব, কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে যাতে মই তোমালোকক প্ৰতিফল নিদিম, এই নিমিত্তে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। BSB BSB: So now, take seven bulls and seven rams, go to My servant Job, and sacrifice a burnt offering for yourselves. Then My servant Job will pray for you, for I will accept his prayer and not deal with you according to your folly. For you have not spoken accurately about Me, as My servant Job has.”
9 ULB তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিলদদ, আৰু নামাথীয়া চুফৰে গৈ, যিহোৱাই তেওঁবিলাকক আজ্ঞা দিয়াৰ দৰে কৰিলে; তাতে যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে। BSB BSB: So Eliphaz the Temanite, Bildad the Shuhite, and Zophar the Naamathite went and did as the LORD had told them; and the LORD accepted Job’s prayer.
10 ULB আৰু ইয়োবে তেওঁৰ বন্ধুবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিলত, যিহোৱাই তেওঁৰ দুৰ্দশা পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে। BSB BSB: After Job had prayed for his friends, the LORD restored his prosperity and doubled his former possessions.
11 ULB পাছে তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকবিলাকে, আৰু তেওঁ আগৰ চিনাকী লোকবিলাকে ইয়োবৰ ওচৰলৈ আহি তেওঁ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ নিমিত্তে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁ শান্তনা কৰিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ কচীতা ৰূপ, আৰু আৰু এটা সোণৰ কুণ্ডল দিলে। BSB BSB: All his brothers and sisters and prior acquaintances came and dined with him in his house. They consoled him and comforted him over all the adversity that the LORD had brought upon him. And each one gave him a piece of silver and a gold ring.
12 ULB এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ ও ছাগ, ছয় হাজাৰ উঁট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল। BSB BSB: So the LORD blessed Job’s latter days more than his first. He owned 14,000 sheep, 6,000 camels, 1,000 yoke of oxen, and 1,000 female donkeys.
13 ULB তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল। BSB BSB: And he also had seven sons and three daughters.
14 ULB তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে। BSB BSB: He named his first daughter Jemimah, his second Keziah, and his third Keren-happuch.
15 ULB ইয়োবৰ জীয়েক বিলাকৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁবিলাকৰ ভায়েক-ককায়েক বিলাকৰ লগত তেওঁবিলাককো উত্তৰাধিকাৰ দিলে। BSB BSB: No women as beautiful as Job’s daughters could be found in all the land, and their father granted them an inheritance among their brothers.
16 ULB ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে। BSB BSB: After this, Job lived 140 years and saw his children and their children to the fourth generation.
17 ULB এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্য়াগ কৰিলে। BSB BSB: And so Job died, old and full of years.
Select verses for actions: Enter goes to them and Escape comes back.