2 ULB ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ'ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে। BSB BSB: they gathered in such large numbers that there was no more room, not even outside the door, as Jesus spoke the word to them.
3 ULB তেতিয়া লোক সকলে চাৰি জনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে। BSB BSB: Then a paralytic was brought to Him, carried by four men.
4 ULB কিন্তু জনসমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগী জনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে। BSB BSB: Since they were unable to get to Jesus through the crowd, they uncovered the roof above Him, made an opening, and lowered the paralytic on his mat.
6 ULB কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি ক’লে, BSB BSB: But some of the scribes were sitting there and thinking in their hearts,
7 ULB "এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজন ঈশ্বৰত বাহিৰ কোনে পাপ ক্ষমা কৰিব পাৰে?" BSB BSB: “Why does this man speak like this? He is blaspheming! Who can forgive sins but God alone?”
8 ULB তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে; সেয়েহে তেওঁলোকক ক’লে, "আপোনালোকে অন্তৰত কিয় এনে কথা ভাৱিছে? BSB BSB: At once Jesus knew in His spirit that they were thinking this way within themselves. “Why are you thinking these things in your hearts?” He asked.
9 ULB 'তোমাৰ পাপবোৰ ক্ষমা হ’ল' নাইবা 'উঠা, তোমাৰ শয্যা তুলি লৈ খোজ কাঢ়ি যোৱা;' এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগী জনক কোনটো কবলৈ উজু? BSB BSB: “Which is easier: to say to a paralytic, ‘Your sins are forgiven,’ or to say, ‘Get up, pick up your mat, and walk’?
10 ULB কিন্তু আপোনালোকে যেন জানে যে, পৃথিবীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে," তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে BSB BSB: But so that you may know that the Son of Man has authority on earth to forgive sins...” He said to the paralytic,
12 ULB তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ’ল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি কলে, "আমি এনেকুৱা কেতিয়াও দেখা নাই", এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে। BSB BSB: And immediately the man got up, picked up his mat, and walked out in front of them all. As a result, they were all astounded and glorified God, saying, “We have never seen anything like this!”
13 ULB তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গ’ল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে। BSB BSB: Once again Jesus went out beside the sea. All the people came to Him, and He taught them there.
14 ULB পাছত তেওঁ যাওঁতে আল্ফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক কলে, "মোৰ পাছে পাছে আহা।" তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গ’ল। BSB BSB: As He was walking along, He saw Levi son of Alphaeus sitting at the tax booth. “Follow Me,” He told him, and Levi got up and followed Him.
15 ULB যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত আছিল৷ BSB BSB: While Jesus was dining at Levi’s house, many tax collectors and sinners were eating with Him and His disciples—for there were many who followed Him.
16 ULB তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক কলে, "এওঁ কিয় কৰ সংগ্রহকৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে?" BSB BSB: When the scribes who were Pharisees saw Jesus eating with these people, they asked His disciples, “Why does He eat with tax collectors and sinners?”
18 ULB এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, "যোহনৰ আৰু ফৰীচী সকলৰ শিষ্য সকলে লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি?" BSB BSB: Now John’s disciples and the Pharisees were often fasting. So people came to Jesus and asked, “Why don’t Your disciples fast like John’s disciples and those of the Pharisees?”
19 ULB তেতিয়া যীচুৱে তেওঁলোকক কলে, "সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে। BSB BSB: Jesus replied, “How can the guests of the bridegroom fast while He is with them? As long as He is with them, they cannot fast.
20 ULB কিন্তু এনে দিন আহিব, যি দিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকে লঘোন দিব। BSB BSB: But the time will come when the bridegroom will be taken from them; then they will fast.
21 ULB কোনেও পুৰণি বস্ত্রত নতুন কাপোৰৰ টাপলি নামাৰে; তেনে কৰিলে, যি ডোখৰেৰে টাপলি মৰা হয়, সেয়ে তাক ফালি নিয়ে; অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে আৰু তেতিয়া সৰহ ভাগহে ফাটি যায়। BSB BSB: No one sews a patch of unshrunk cloth on an old garment. If he does, the new piece will pull away from the old, and a worse tear will result.
22 ULB পুৰণি ছালৰ মোটত নতুন দ্রাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেন্তে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়। BSB BSB: And no one pours new wine into old wineskins. If he does, the wine will burst the skins, and both the wine and the wineskins will be ruined. Instead, new wine is poured into new wineskins.”
24 ULB তাতে ফৰীচী সকলে যীচুক কলে, "চোৱা, বিশ্রাম বাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে?" BSB BSB: So the Pharisees said to Him, “Look, why are they doing what is unlawful on the Sabbath?”
26 ULB তেওঁ কেনেকৈ অবিয়াথ মহাপুৰোহিতৰ সময়ত, ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন-পিঠা, সেইবোৰ তেওঁ খালে আৰু লগৰবোৰকো দিলে?" BSB BSB: During the high priesthood of Abiathar, he entered the house of God and ate the consecrated bread, which was lawful only for the priests. And he gave some to his companions as well.”
27 ULB যীচুৱে তেওঁলোকক পুনৰ কলে, "বিশ্রাম বাৰ মানুহৰ কাৰণে হল; কিন্তু মানুহ বিশ্রাম-বাৰৰ কাৰণে নহ'ল; BSB BSB: Then Jesus declared, “The Sabbath was made for man, not man for the Sabbath.
28 ULB এই হেতুকে মানুহৰ পুত্র বিশ্রাম-বাৰৰো আধিপতি। BSB BSB: Therefore, the Son of Man is Lord even of the Sabbath.”