1 ULB বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ, শান্তিৰে সৈতে শুদাই এগৰাহ খোৱাই ভাল। BSB BSB: Better a dry morsel in quietness than a house full of feasting with strife.
2 ULB এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব, আৰু ভায়েকসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই লব। BSB BSB: A wise servant will rule over a disgraceful son and share his inheritance as one of the brothers.
3 ULB ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে। BSB BSB: A crucible for silver and a furnace for gold, but the LORD is the tester of hearts.
4 ULB যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওতা জনলৈ মনোযোগ দিয়ে। BSB BSB: A wicked man listens to evil lips; a liar gives ear to a destructive tongue.
5 ULB দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে; আৰু যি জনে দুৰ্ভাগ্যত আনন্দ কৰে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব। BSB BSB: He who mocks the poor insults their Maker; whoever gloats over calamity will not go unpunished.
6 ULB বৃদ্ধসকলৰ নাতি নাতিনী তেওঁলোকৰ কিৰীটি স্বৰূপ; আৰু পিতৃসকল তেওঁলোকৰ নিজৰ সন্তানৰ গৌৰৱ স্বৰূপ। BSB BSB: Grandchildren are the crown of the aged, and the glory of a son is his father.
7 ULB বাকপটু ওঁঠ মুৰ্খৰ কাৰণে উপযোগী নহয়; তেন্তে তাতকৈ কিমান কম পৰিমাণে মিছলীয়া ওঁঠ ৰাজভক্ত ব্যক্তিৰ উপযোগী হয়। BSB BSB: Eloquent words are unfit for a fool; how much worse are lying lips to a ruler!
8 ULB দিয়া জনৰ বাবে ভেঁটি যাদুৰ পাথৰৰ দৰে; যি ফালেই তেওঁ যায়, সেই ফালেই তেওঁ সফল হয়। BSB BSB: A bribe is a charm to its giver; wherever he turns, he succeeds.
9 ULB যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়। BSB BSB: Whoever conceals an offense promotes love, but he who brings it up separates friends.
10 ULB যি দৰে মুর্খৰ ওপৰত এশ কোবে কাম কৰে, সেই দৰে সুবিবেচকৰ মনলৈ অনুযোগ গভীৰ ভাবে সোমায়। BSB BSB: A rebuke cuts into a man of discernment deeper than a hundred lashes cut into a fool.
11 ULB দুষ্ট লোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে; সেয়েহে নিষ্ঠুৰ বাৰ্ত্তাবাহকক তেওঁৰ বিপক্ষে পঠোৱা হ’ব। BSB BSB: An evil man seeks only rebellion; a cruel messenger will be sent against him.
12 ULB নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ, পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল। BSB BSB: It is better to meet a bear robbed of her cubs than a fool in his folly.
13 ULB যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে, তেতিয়া অপকাৰে তেওঁৰ ঘৰ পৰিত্যাগ নকৰে। BSB BSB: If anyone returns evil for good, evil will never leave his house.
14 ULB বিবাদৰ আৰম্ভণী কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা। BSB BSB: To start a quarrel is to release a flood; so abandon the dispute before it breaks out.
15 ULB যি জনে দুষ্টক নিৰ্দোষী কৰে, আৰু ধাৰ্ম্মিকক দোষী কৰে, তেওঁলোক দুয়ো সমানে যিহোৱাৰ ঘিণলগীয়া। BSB BSB: Acquitting the guilty and condemning the righteous—both are detestable to the LORD.
16 ULB যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব? BSB BSB: Why should the fool have money in his hand with no intention of buying wisdom?
17 ULB বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়। BSB BSB: A friend loves at all times, and a brother is born for adversity.
18 ULB জ্ঞান শূন্য লোকে প্রতিজ্ঞাত আৱদ্ধ হয়; আৰু চুবুৰীয়াৰ ধাৰৰ দ্বায়িত্ব লয়। BSB BSB: A man lacking judgment strikes hands in pledge and puts up security for his neighbor.
19 ULB যিজনে বিবাদ ভাল পায়, তেওঁ পাপ ভাল পায়; যি কোনোৱে নিজৰ প্রবেশ দুৱাৰ ওখ কৰে, তেওঁ বিনাশৰ চেষ্টা কৰে। BSB BSB: He who loves transgression loves strife; he who builds his gate high invites destruction.
20 ULB কুটিল মনৰ লোকে কোনো বিষয়তে মঙ্গল বিচাৰি নাপায়; যিজনে মিছ কথা কয়, তেওঁ বিপদত পৰে। BSB BSB: The one with a perverse heart finds no good, and he whose tongue is deceitful falls into trouble.
21 ULB যিজনে অজ্ঞানীক জন্ম দিয়ে, তেওঁ নিজলৈ খেদ আনে; আৰু অজ্ঞানীৰ পিতৃয়ে আনন্দ কৰিব নোৱাৰে। BSB BSB: A man fathers a fool to his own grief; the father of a fool has no joy.
22 ULB আনন্দিত হৃদয় ভাল ঔসধ হয়; কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়। BSB BSB: A joyful heart is good medicine, but a broken spirit dries up the bones.
23 ULB ন্যয়ৰ পথ বিপথগামী কৰিবলৈ দুষ্টলোকে গুপুতে দিয়া ভেঁটি গ্ৰহণ কৰে। BSB BSB: A wicked man takes a covert bribe to subvert the course of justice.
24 ULB যিজনৰ সুবিবেচনা থাকে, তেওঁ প্ৰজ্ঞাৰ সন্মুখত থাকে; কিন্তু অজ্ঞানী লোকৰ চকু পৃথিবীৰ অন্তত থাকে। BSB BSB: Wisdom is the focus of the discerning, but the eyes of a fool wander to the ends of the earth.
25 ULB অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখ দায়ক। BSB BSB: A foolish son brings grief to his father and bitterness to her who bore him.
26 ULB ন্যায় কৰা জনক শাস্তি দিয়া অনুচিত; আৰু সাধুলোকক তেওঁৰ সৰলতাৰ বাবে প্ৰহাৰ কৰা ভাল নহয়। BSB BSB: It is surely not good to punish the innocent or to flog a noble for his honesty.
27 ULB জ্ঞানী লোকে ক’ম কথা কয়; আৰু ধীৰ মনৰ লোক বিবেচক। BSB BSB: A man of knowledge restrains his words, and a man of understanding maintains a calm spirit.
28 ULB এনেকি অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়; তেওঁ যেতিয়া মুখ বন্ধ কৰি ৰাখে, তেতিয়া তেওঁ বুধিয়ক বুলি গণিত হয়। BSB BSB: Even a fool is considered wise if he keeps silent, and discerning when he holds his tongue.
Select verses for actions: Enter goes to them and Escape comes back.