1 ULB যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাঙ্ক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে। BSB BSB: He who isolates himself pursues selfish desires; he rebels against all sound judgment.
2 ULB অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে। BSB BSB: A fool does not delight in understanding, but only in airing his opinions.
3 ULB যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে; আৰু অপমানৰ লগত নিন্দাও আহে। BSB BSB: With a wicked man comes contempt as well, and shame is accompanied by disgrace.
4 ULB মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে; প্ৰজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা। BSB BSB: The words of a man’s mouth are deep waters; the fountain of wisdom is a bubbling brook.
5 ULB দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়। BSB BSB: Showing partiality to the wicked is not good, nor is depriving the innocent of justice.
6 ULB অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই। BSB BSB: A fool’s lips bring him strife, and his mouth invites a beating.
7 ULB অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই। BSB BSB: A fool’s mouth is his ruin, and his lips are a snare to his soul.
8 ULB পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়। BSB BSB: The words of a gossip are like choice morsels that go down into the inmost being.
9 ULB আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে। BSB BSB: Whoever is slothful in his work is brother to him who destroys.
10 ULB যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়। BSB BSB: The name of the LORD is a strong tower; the righteous run to it and are safe.
11 ULB ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ; আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে। BSB BSB: A rich man’s wealth is his fortified city; it is like a high wall in his imagination.
12 ULB পতনৰ পূৰ্বে মানুহৰ হৃদয় অহঙ্কাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে। BSB BSB: Before his downfall a man’s heart is proud, but humility comes before honor.
13 ULB যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান। BSB BSB: He who answers a matter before he hears it—this is folly and disgrace to him.
14 ULB মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে? BSB BSB: The spirit of a man can endure his sickness, but who can survive a broken spirit?
15 ULB বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়। BSB BSB: The heart of the discerning acquires knowledge, and the ear of the wise seeks it out.
16 ULB মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়। BSB BSB: A man’s gift opens doors for him, and brings him before great men.
17 ULB যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়; BSB BSB: The first to state his case seems right until another comes and cross-examines him.
18 ULB চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে। BSB BSB: Casting the lot ends quarrels and separates strong opponents.
19 ULB দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুব্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে। BSB BSB: An offended brother is harder to win than a fortified city, and disputes are like the bars of a castle.
20 ULB নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়; আৰু তেওঁৰ ওঁঠৰ শস্যেৰে তেওঁ সন্তুষ্ট হয়। BSB BSB: From the fruit of his mouth a man’s belly is filled; with the harvest from his lips he is satisfied.
21 ULB জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব। BSB BSB: Life and death are in the power of the tongue, and those who love it will eat its fruit.
22 ULB যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে। BSB BSB: He who finds a wife finds a good thing and obtains favor from the LORD.
23 ULB দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে; কিন্তু ধনৱান লোকে কঠুৱা উত্তৰ দিয়ে। BSB BSB: The poor man pleads for mercy, but the rich man answers harshly.
24 ULB যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়। BSB BSB: A man of many companions may come to ruin, but there is a friend who stays closer than a brother.
Select verses for actions: Enter goes to them and Escape comes back.