2 ULB বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা। BSB BSB: He wraps Himself in light as with a garment; He stretches out the heavens like a tent,
3 ULB তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা। BSB BSB: laying the beams of His chambers in the waters above, making the clouds His chariot, walking on the wings of the wind.
4 ULB তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা। BSB BSB: He makes the winds His messengers, flames of fire His servants.
5 ULB তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব। BSB BSB: He set the earth on its foundations, never to be moved.
6 ULB তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জলসমূহে পৰ্ব্বতবোৰো ঢাকিছিল। BSB BSB: You covered it with the deep like a garment; the waters stood above the mountains.
7 ULB কিন্তু সেই জলসমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল। BSB BSB: At Your rebuke the waters fled; at the sound of Your thunder they hurried away—
8 ULB পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জলসমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল। BSB BSB: the mountains rose and the valleys sank to the place You assigned for them—
9 ULB এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুণৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। BSB BSB: You set a boundary they cannot cross, that they may never again cover the earth.
11 ULB সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়। BSB BSB: They give drink to every beast of the field; the wild donkeys quench their thirst.
12 ULB জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়। BSB BSB: The birds of the air nest beside the springs; they sing among the branches.
13 ULB তেওঁ নিজৰ ওপৰ কোঁঠালিৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্ম্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়। BSB BSB: He waters the mountains from His chambers; the earth is satisfied by the fruit of His works.
15 ULB যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়। BSB BSB: wine that gladdens the heart of man, oil that makes his face to shine, and bread that sustains his heart.
16 ULB যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়। BSB BSB: The trees of the LORD have their fill, the cedars of Lebanon that He planted,
17 ULB সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে। BSB BSB: where the birds build their nests; the stork makes her home in the cypresses.
18 ULB ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান। BSB BSB: The high mountains are for the wild goats, the cliffs a refuge for the rock badgers.
19 ULB ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মান কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্য্যই নিজৰ অস্ত যোৱা সময় জানে। BSB BSB: He made the moon to mark the seasons; the sun knows when to set.
20 ULB তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে। BSB BSB: You bring darkness, and it becomes night, when all the beasts of the forest prowl.
22 ULB সূৰ্য্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাঁতত শয়ন কৰে। BSB BSB: The sun rises, and they withdraw; they lie down in their dens.
23 ULB মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে। BSB BSB: Man goes forth to his work and to his labor until evening.
24 ULB হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মান কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ। BSB BSB: How many are Your works, O LORD! In wisdom You have made them all; the earth is full of Your creatures.
25 ULB সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে। BSB BSB: Here is the sea, vast and wide, teeming with creatures beyond number, living things both great and small.
26 ULB তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মান কৰিলা। BSB BSB: There the ships pass, and Leviathan, which You formed to frolic there.
28 ULB তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়। BSB BSB: When You give it to them, they gather it up; when You open Your hand, they are satisfied with good things.
29 ULB তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ উভটে। BSB BSB: When You hide Your face, they are terrified; when You take away their breath, they die and return to dust.
30 ULB তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নবীন কৰি তোলা। BSB BSB: When You send Your Spirit, they are created, and You renew the face of the earth.
31 ULB যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্য্যবোৰত আনন্দ কৰক। BSB BSB: May the glory of the LORD endure forever; may the LORD rejoice in His works.
32 ULB তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়। BSB BSB: He looks on the earth, and it trembles; He touches the mountains, and they smolder.
33 ULB মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। BSB BSB: I will sing to the LORD all my life; I will sing praise to my God while I have my being.
34 ULB তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম। BSB BSB: May my meditation be pleasing to Him, for I rejoice in the LORD.
35 ULB পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: May sinners vanish from the earth and the wicked be no more. Bless the LORD, O my soul. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.