Psalm 146 146 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: Hallelujah! Praise the LORD, O my soul.
2 ULB মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। BSB BSB: I will praise the LORD all my life; I will sing praises to my God while I have my being.
3 ULB তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে। BSB BSB: Put not your trust in princes, in mortal man, who cannot save.
4 ULB তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়। BSB BSB: When his spirit departs, he returns to the ground; on that very day his plans perish.
5 ULB যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ। BSB BSB: Blessed is he whose help is the God of Jacob, whose hope is in the LORD his God,
6 ULB তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকাল বিশ্বস্ত থাকে। BSB BSB: the Maker of heaven and earth, the sea, and everything in them. He remains faithful forever.
7 ULB তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰসকলক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে; BSB BSB: He executes justice for the oppressed and gives food to the hungry. The LORD sets the prisoners free,
8 ULB যিহোৱাই অন্ধসকলৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্ম্মিক লোকক প্ৰেম কৰে; BSB BSB: the LORD opens the eyes of the blind, the LORD lifts those who are weighed down, the LORD loves the righteous.
9 ULB যিহোৱাই বিদেশীসকলক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে। BSB BSB: The LORD protects foreigners; He sustains the fatherless and the widow, but the ways of the wicked He frustrates.
10 ULB যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: The LORD reigns forever, your God, O Zion, for all generations. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 146
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 146, and keep Opened free for readers who can’t pay.