Psalm 20 20 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক! যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক! BSB BSB: For the choirmaster. A Psalm of David. May the LORD answer you in the day of trouble; may the name of the God of Jacob protect you.
2 ULB তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক। BSB BSB: May He send you help from the sanctuary and sustain you from Zion.
3 ULB তোমাৰ সকলো উৎসর্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা) BSB BSB: May He remember all your gifts and look favorably on your burnt offerings. Selah
4 ULB তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক। BSB BSB: May He give you the desires of your heart and make all your plans succeed.
5 ULB তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক। BSB BSB: May we shout for joy at your victory and raise a banner in the name of our God. May the LORD grant all your petitions.
6 ULB এতিয়া মই জানো, যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণৰে সৈতে, তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব। BSB BSB: Now I know that the LORD saves His anointed; He answers him from His holy heaven with the saving power of His right hand.
7 ULB অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰো আমাৰ ঈশ্বৰ যিহোৱাৰ নামত। BSB BSB: Some trust in chariots and others in horses, but we trust in the name of the LORD our God.
8 ULB তেওঁলোক পৰিব আৰু পতন হ’ব। কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম। BSB BSB: They collapse and fall, but we rise up and stand firm.
9 ULB হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা; আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া। BSB BSB: O LORD, save the king. Answer us on the day we call.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 20
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 20, and keep Opened free for readers who can’t pay.