Psalm 21 21 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে! তুমি তেওঁক উদ্ধাৰ কৰিলে, তেওঁ কেনে আনন্দিত হয়! BSB BSB: For the choirmaster. A Psalm of David. O LORD, the king rejoices in Your strength. How greatly he exults in Your salvation!
2 ULB তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা) BSB BSB: You have granted his heart’s desire and have not withheld the request of his lips. Selah
3 ULB তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা। BSB BSB: For You welcomed him with rich blessings; You placed on his head a crown of pure gold.
4 ULB তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; তাতে তুমি তেওঁক তাক দিলা; তুমি তেওঁক অনেক আয়ুস দিলা। BSB BSB: He asked You for life, and You granted it—length of days, forever and ever.
5 ULB তোমাৰ সাহার্যত তেওঁৰ গৰিমা মহান হয়; তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা; BSB BSB: Great is his glory in Your salvation; You bestow on him splendor and majesty.
6 ULB তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা; তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা। BSB BSB: For You grant him blessings forever; You cheer him with joy in Your presence.
7 ULB কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে; সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব। BSB BSB: For the king trusts in the LORD; through the loving devotion of the Most High, he will not be shaken.
8 ULB তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব। BSB BSB: Your hand will apprehend all Your enemies; Your right hand will seize those who hate You.
9 ULB তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব। BSB BSB: You will place them in a fiery furnace at the time of Your appearing. In His wrath the LORD will engulf them, and the fire will consume them.
10 ULB পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা; মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তানসকলক উচ্ছন্ন কৰিবা। BSB BSB: You will wipe their descendants from the earth, and their offspring from the sons of men.
11 ULB যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে, যদি অপকর্মৰ পৰিকল্পনা কৰে, তেওঁলোক সফল হ’ব নোৱাৰিব। BSB BSB: Though they intend You harm, the schemes they devise will not prevail.
12 ULB কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা, তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা। BSB BSB: For You will put them to flight when Your bow is trained upon them.
13 ULB হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা! আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম। BSB BSB: Be exalted, O LORD, in Your strength; we will sing and praise Your power.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 21
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 21, and keep Opened free for readers who can’t pay.