Psalm 23 23 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব। BSB BSB: A Psalm of David. The LORD is my shepherd; I shall not want.
2 ULB তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়। BSB BSB: He makes me lie down in green pastures; He leads me beside quiet waters.
3 ULB তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্ম্মপথত চলায়। BSB BSB: He restores my soul; He guides me in the paths of righteousness for the sake of His name.
4 ULB এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰো, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে। BSB BSB: Even though I walk through the valley of the shadow of death, I will fear no evil, for You are with me; Your rod and Your staff, they comfort me.
5 ULB তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে। BSB BSB: You prepare a table before me in the presence of my enemies. You anoint my head with oil; my cup overflows.
6 ULB অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম। BSB BSB: Surely goodness and mercy will follow me all the days of my life, and I will dwell in the house of the LORD forever.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 23
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 23, and keep Opened free for readers who can’t pay.