1 ULB আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোহকঁ; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক। BSB BSB: Come, let us sing for joy to the LORD; let us shout to the Rock of our salvation!
2 ULB আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দধ্বনি কৰোঁহক। BSB BSB: Let us enter His presence with thanksgiving; let us make a joyful noise to Him in song.
3 ULB কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা। BSB BSB: For the LORD is a great God, a great King above all gods.
4 ULB পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই। BSB BSB: In His hand are the depths of the earth, and the mountain peaks belong to Him.
5 ULB সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মান কৰিলে। BSB BSB: The sea is His, for He made it, and His hands formed the dry land.
6 ULB আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ, আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ; BSB BSB: O come, let us worship and bow down; let us kneel before the LORD our Maker.
7 ULB কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা; তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ ভেড়াৰ নিচিনা। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলাহেতেঁন!” BSB BSB: For He is our God, and we are the people of His pasture, the sheep under His care. Today, if you hear His voice,
8 ULB তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা; তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল। BSB BSB: do not harden your hearts as you did at Meribah, in the day at Massah in the wilderness,
9 ULB যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল। BSB BSB: where your fathers tested and tried Me, though they had seen My work.
10 ULB চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো। মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।” BSB BSB: For forty years I was angry with that generation, and I said, “They are a people whose hearts go astray, and they have not known My ways.”
11 ULB এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলো, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।” BSB BSB: So I swore on oath in My anger, “They shall never enter My rest.”
Select verses for actions: Enter goes to them and Escape comes back.