Psalm 97 97 Psalms Book 4 Assamese Unlocked Literal Bible 1 ULB যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপসমূহেও আনন্দ কৰক। BSB BSB: The LORD reigns, let the earth rejoice; let the distant shores be glad.
2 ULB তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল। BSB BSB: Clouds and darkness surround Him; righteousness and justice are His throne’s foundation.
3 ULB অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে। BSB BSB: Fire goes before Him and consumes His foes on every side.
4 ULB তেওঁৰ বিজুলীৰ চমকে জগতখন আলোময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল। BSB BSB: His lightning illuminates the world; the earth sees and trembles.
5 ULB পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত। BSB BSB: The mountains melt like wax at the presence of the LORD, before the Lord of all the earth.
6 ULB আকাশমণ্ডলে তেওঁৰ ধাৰ্ম্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে। BSB BSB: The heavens proclaim His righteousness; all the peoples see His glory.
7 ULB লজ্জিত হওঁক সেইসকল, যিসকলে মূর্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক। BSB BSB: All worshipers of images are put to shame—those who boast in idols. Worship Him, all you gods!
8 ULB হে যিহোৱা, তোমাৰ ন্যায়বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে। BSB BSB: Zion hears and rejoices, and the towns of Judah exult because of Your judgments, O LORD.
9 ULB হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰিজনা; সকলো দেৱতাৰ পৰা অতি ওপৰত তোমাৰ স্থান। BSB BSB: For You, O LORD, are Most High over all the earth; You are exalted far above all gods.
10 ULB যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে। BSB BSB: Hate evil, O you who love the LORD! He preserves the souls of His saints; He delivers them from the hand of the wicked.
11 ULB ধাৰ্ম্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়। BSB BSB: Light shines on the righteous, gladness on the upright in heart.
12 ULB হে ধাৰ্ম্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। BSB BSB: Rejoice in the LORD, you righteous ones, and praise His holy name.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 97
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 97, and keep Opened free for readers who can’t pay.