Psalm 98 98 Psalms Book 4 Assamese Unlocked Literal Bible 1 ULB তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে। BSB BSB: A Psalm. Sing to the LORD a new song, for He has done wonders; His right hand and holy arm have gained Him the victory.
2 ULB যিহোৱাই তেওঁৰ পৰিত্রাণৰ কথা জনালে; তেওঁ জাতিসমূহৰ দৃষ্টিগোচৰত নিজৰ ধাৰ্ম্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে। BSB BSB: The LORD has proclaimed His salvation and revealed His righteousness to the nations.
3 ULB ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোৱঁৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব। BSB BSB: He has remembered His love and faithfulness to the house of Israel; all the ends of the earth have seen the salvation of our God.
4 ULB হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা। BSB BSB: Make a joyful noise to the LORD, all the earth; break forth—let your cry ring out, and sing praises!
5 ULB বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা। BSB BSB: Sing praises to the LORD with the lyre, in melodious song with the harp.
6 ULB তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দধ্বনি কৰা। BSB BSB: With trumpets and the blast of the ram’s horn shout for joy before the LORD, the King.
7 ULB সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক। BSB BSB: Let the sea resound, and all that fills it, the world, and all who dwell in it.
8 ULB নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক, BSB BSB: Let the rivers clap their hands, let the mountains sing together for joy
9 ULB যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতিসমূহৰ বিচাৰ কৰিব। BSB BSB: before the LORD, for He comes to judge the earth. He will judge the world with righteousness and the peoples with equity.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 98
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 98, and keep Opened free for readers who can’t pay.